নগাঁও জিলাত ৬০ দিনীয়া কাৰ্যসূচীৰে বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভ
ডিজিটেল সেৱা: নগাঁও জিলাৰ খাগৰিজান মহাবিদ্যালয়ত কালি এইছ আই ভি-এইডছ সম্পৰ্কীয় ৬০ দিনীয়া বিস্তৃত সজাগতা অভিযানৰ শুভাৰম্ভনি কৰা হয়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন. চি. চি. কেডেট, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সদস্য তথা অন্যান্য বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কমলজিত শৰ্মা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডাঃ পঞ্চম কুমাৰ বৰা, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ, … Read more