সদলবলে মনোনয়ন দাখিল এ আই ইউ ডিএফ প্ৰমুখ বদৰুদ্দিন আজমলৰ

সদলবলে মনোনয়ন দাখিল এ আই ইউ ডিএফ প্ৰমুখ বদৰুদ্দিন আজমলৰ

জমিৰ উদ্দিন তালুকদাৰ, ডবকা: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত নগাঁৱত তীব্ৰ হ’ল ৰাজনৈতিক তৎপৰতা। আজি সদলবলে মনোনয়ন পত্ৰ দাখিল কৰে এআইইউডিএফৰ প্ৰমুখ তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে। আজমলৰ উপৰি বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন আই এ এছ বিষয়া দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ প্ৰাৰ্থী শিবামণি বৰা, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুছ … Read more

নগাঁও লোকসভাত বিজেপি-কংগ্ৰেছ সহ ২৫ জনৰ মনোনয়ন দাখিল

নগাঁও লোকসভাত বিজেপি-কংগ্ৰেছ সহ ২৫ জনৰ মনোনয়ন দাখিল

ডিজিটেল সেৱা: নগাঁও সংসদীয় সমষ্টিৰ ৬ অক্টোবৰত হব লগা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা নগাঁও চহৰত আজি ৰাজনৈতিক দল সমুহৰ নেতা- কৰ্মী- সমৰ্থকৰ উপস্থিতিয়ে এক উখল- মাখল পৰিবেশৰ সৃষ্টি কৰে। বিভিন্ন জাতি – জনগোষ্ঠীৰ নৃত্য গীতে আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ শব্দত ৰজনজনাই উঠে নগাঁও চহৰ। প্ৰতিটো দলৰ শীৰ্ষ নেতাই ভীৰ কৰা পৰিলক্ষিত হয়। আজি … Read more