টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ আয়ুশ্ৰী আৰু অনুৰাগ
অদিতি সেৱা: বিগত কেইবা বছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে। ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন আগশাৰীৰ প্ৰতিযোগিতা । তেনে এক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছে ডিব্ৰুগড়ৰ … Read more