মহিলা উদ্যমিতা আঁচনিৰ চামগুৰিত চেক বিতৰণ কৰিব পীযুষ হাজৰিকাই

মহিলা উদ্যমিতা আঁচনিৰ চামগুৰিত চেক বিতৰণ কৰিব পীযুষ হাজৰিকাই

ডিজিটেল সেৱা, নগাঁও: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁৱৰ ধিঙত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ২২,৮১৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। কাইলৈ ২১ জুলাই তাৰিখে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উক্ত আঁচনিৰ চেক … Read more

কলিয়াবৰত ৩ টাকৈ বান সাহায্য শিবিৰ তদাৰক কৰিলে জিলা আয়ুক্ত‌ই         

কলিয়াবৰত ৩ টাকৈ বান সাহায্য শিবিৰ তদাৰক কৰিলে জিলা আয়ুক্ত‌ই         

ডিজিটেল সেৱা, কলিয়াবৰ: বিগত দিনবোৰত কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ সমজিলাৰ অধীনৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, দিজু ভেলী চাহ বাগিচা আৰু লেংটেং চাহ বাগিচা আদি কেইবাটাও অঞ্চল প্লাবিত কৰিছে। এই  বানৰ ফলত অঞ্চলটোৰ প্ৰায় ৭৩২ গৰাকী লোক প্ৰভাৱিত হৈছে।  পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ২০ জুলাই তাৰিখে জিলা আয়ুক্ত … Read more

কাৰ্বি আংলঙত ভয়ংকৰ বানৰ বিভীষিকাঃ যুৱকৰ মৃতদেহ উদ্ধাৰ

কাৰ্বি আংলঙত ভয়ংকৰ বানৰ বিভীষিকাঃ যুৱকৰ মৃতদেহ উদ্ধাৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ উজনি অসমৰ পিছত এইবাৰ বানৰ সংহাৰী ৰূপ মধ‍্য অসমত৷ বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰ আকৰ কান্তিলাংছ আৰু ভিৰবাৰ পাহাৰৰ পৰা বৈ অহা মুষলধাৰ বৰষুণৰ পানীয়ে বুৰাই পেলাইছে দেনগাওঁ, ডকমকা সহ কাষৰীয়া প্ৰায় ২৭ খনৰো অধিক কাৰ্বি গাওঁ৷ যোৱা নিশাৰে পৰা গাঁৱকেইখনত আৱদ্ধ … Read more

ধিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ধিং মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা, ধিং: ধিং মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট সংগীত শিল্পী চামছুদ্দিন আহমেদৰ পবিত্ৰ সোঁৱৰণত উৎসৰ্গিত এই বিশেষ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানত জিলা আয়ুক্তই উপস্থিত শিক্ষাৰ্থীসকলক উদ্দেশ্যি এক প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক … Read more

ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি নগাঁৱত কেইবাটাও সংগঠনৰ বিক্ষোভ 

ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি নগাঁৱত কেইবাটাও সংগঠনৰ বিক্ষোভ 

ডিজিটেল সেৱা, নগাঁও: দিল্লীৰ যন্তৰ মন্তৰত ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি আৰু কৃষক নেতা আদিত্য ৰাভা আৰু প্রণৱ দলে সহ গ্ৰেপ্তাৰ কৰা সকলক বিনাচর্তে মুক্তিৰ দাবীত আজি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্যিক কৃষক সভা, চি. আই. টি. ইউ., সদৌ অসম প্ৰগতিশীল নাৰী সন্থা , নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, … Read more

ধিঙত মহিলা উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ধিঙত মহিলা উদ‍্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সেৱা, নগাঁও: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁৱৰ ধিঙত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ২২,৮১৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে।এই উপলক্ষে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দহ হাজাৰ টকা মহিলাসকলক জীৱিকা অৰ্জন কৰিবলৈ আৰু অৰ্থনৈতিক স্বাধীনতা … Read more