১৩৪ সংখ্যক ডুৰাণ্ড কাপ কোৱাৰ্টাৰত বড়োলেণ্ড এফ চি

১৩৪ সংখ্যক ডুৰাণ্ড কাপ কোৱাৰ্টাৰত বড়োলেণ্ড এফ চি

অদিতি সেৱা: ৰাজ্যৰ প্ৰথমটো ক্লাৱ হিচাপে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে বড়োলেণ্ড এফ চিয়ে ৷অসমৰ ফুটবল ইতিহাসত গৌৰৱৰ নতুন অধ্যায় সন্নিবিষ্ট কৰি বড়োলেণ্ড এফ চিয়ে । ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ মঙলবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ অন্তিমখন মেচত বড়োলেণ্ড এফ চিয়ে … Read more

ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

অদিতি সেৱা:১৪ বছৰৰ মূৰত ভাৰতৰ মাটিত ভৰি দিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি । ২০২৫ চনৰ ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতত উপস্থিত হ’ব ফুটবলাৰগৰাকী ।লক্ষণীয়ভাৱে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেট তাৰকাৰ সৈতেও তেওঁক খেলপথাৰত দেখা যাব । দক্ষিণ মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত তেওঁলোকৰ সৈতে মেছিক এক্সন মুডত দেখা যাব ।মুম্বাই ক্ৰিকেট … Read more

এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ

এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ

অদিতি সেৱা: ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপ অনুষ্ঠিত হ’ব ৷ শনিবাৰে এই কথা ঘোষণা কৰে এ চি চিয়ে ৷ এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ দুখন গুৰুত্বপূৰ্ণ মেচ ডুবাইত অনুষ্ঠিত হ’ব।২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলকে ধৰি ডুবাইত ১১খন খেল অনুষ্ঠিত হ’ব, আনহাতে আবুধাবিত ৮খন খেল অনুষ্ঠিত হ’ব ৷১৪ ছেপ্টেম্বৰত ডুবাইত আৰু পুনৰবাৰ … Read more

টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ আয়ুশ্ৰী আৰু অনুৰাগ

টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ আয়ুশ্ৰী আৰু অনুৰাগ

অদিতি সেৱা: বিগত কেইবা বছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে। ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এখন‌ৰ পাছত আন‌‌ এখন‌ আগশাৰীৰ প্ৰতিযোগিতা ।‌ তেনে এক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছে ডিব্ৰুগড়ৰ … Read more