বিশ্বজয়ী উমা ছেত্ৰীক গোলাঘাট জিলা প্ৰশাসন,দল-সংগঠনৰ বিপুল সম্বৰ্ধনা

বিশ্বজয়ী উমা ছেত্ৰীক গোলাঘাট জিলা প্ৰশাসন,দল-সংগঠনৰ বিপুল সম্বৰ্ধনা

ডিজিটেল সেৱা, গোলাঘাট: আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ জিনি শুকুৰবাৰে বোকাখাতৰ নিজা ঘৰত উপস্থিত হয় ক্ৰিকেটাৰ উমা ছেত্ৰী । গৃহভূমিত উপস্থিত হৈয়ে উমা ছেত্ৰীয়ে ঐতিহ্যমণ্ডিত চিকন আতা থানত বন্তি প্ৰজ্বলনেৰে অদৃষ্টজনৰ ওচৰত সেৱা লয় । প্ৰথমগৰাকী বিশ্বকাপ জয়ী খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰা উমা ছেত্ৰী কান্ধুলিমাৰীৰ ঘৰত উপস্থিত হোৱাৰ পিছতে লোকাৰণ্য হৈ পৰে । … Read more

নগাঁৱত ‘বন্দে মাতৰম’ গীতটিৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন

নগাঁৱত ‘বন্দে মাতৰম’ গীতটিৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন

ডিজিটেল সেৱা: সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে নগাঁও জিলাতো শ্ৰদ্ধাৰ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱৰ অমৰ সৃষ্টি, যুগজয়ী ‘বন্দে মাতৰম’ গীতটিৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানটি উৎসাহ আৰু গাম্ভীৰ্যতাৰে উদযাপন কৰা হয়। এই বিশেষ উপলক্ষে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।​ উল্লেখযোগ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিনৰ আগতে তেখেতৰ ‘মন কী বাত’ অনুষ্ঠানত এই … Read more

নগাঁও জিলা নাট্য সন্মিলনৰ বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহ

নগাঁও জিলা নাট্য সন্মিলনৰ বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহ

ডিজিটেল সেৱা: অসম নাট্য সন্মিলন, নগাঁও জিলা সমিতিৰ দ্বি- বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহ শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ বৰদলৈয়ে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে কাৰ্যকৰী সভাপতি ৰঞ্জন তামুলীয়ে। ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভা ,অসম নাট্য সন্মিলনৰ প্ৰয়াত উপসভাপতি অৰূপ … Read more

ড° আবু হানিফা স্মাৰক সাংবাদিক বঁটা জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসলৈ

ড° আবু হানিফা স্মাৰক সাংবাদিক বঁটা জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসলৈ

ডিজিটেল সেৱা, নগাঁও: নগাৱঁৰ সংবাদ সেৱা ক্ষেত্ৰখনিৰ অন্যতম বাটকটীয়া সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি ড° আবু হানিফাৰ সোঁৱৰণত হয়বৰগাওঁ প্ৰেছ ক্লাবে বিগত ২ বছৰ ধৰি এটি স্মাৰক বঁটা প্ৰতি বছৰে আগবঢ়াই আহিছে। এইবেলি এই বঁটাৰ বাবে ধিং প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু নগাওঁ প্ৰিন্ট মিডিয়া এচ’চিয়েচনৰ কাৰ্যকৰী সভাপতি তথা দৈনিক অগ্ৰদূত কাকতৰ ষ্টাফ … Read more