নগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সভাত প্ৰতিটো দুৰ্ঘটনাৰ কাৰণৰ পৰ্যালোচনা

নগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সভাত  প্ৰতিটো দুৰ্ঘটনাৰ কাৰণৰ পৰ্যালোচনা

ডিজিটেল সেৱা: জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা অধিক সুদৃঢ় কৰা আৰু পথ দুৰ্ঘটনাৰ মাত্ৰা হ্ৰাস কৰাৰ উদ্দেশ্যে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ পথ সুৰক্ষাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰাৰ লগতে দুৰ্ঘটনা মুক্ত পৰিৱেশ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন … Read more

পানীযোগান আঁচনি সম্পূৰ্ণ কৰিলেই বিষয়াৰ দায়িত্ব শেষ নহয়:দেৱাশীষ শৰ্মা

পানীযোগান আঁচনি সম্পূৰ্ণ কৰিলেই বিষয়াৰ দায়িত্ব শেষ নহয়:দেৱাশীষ শৰ্মা

ডিজিটেল সেৱা, নগাঁও পানীযোগান আঁচনি এখন সম্পূৰ্ণ কৰিলেই বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দায়িত্ব আৰু কৰ্তব্য শেষ হৈ নাযায়। সেই কামটোৰ দ্বাৰা স্থানীয় ৰাইজে পানী সঠিকভাবে পোৱাটো যিকোনো উপায়ে নিশ্চিত কৰিব লাগিব। আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত জিলা পানী আৰু অনাময় সমিতিৰ সভাত সভাপতিত্ব কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ … Read more

নগাঁও জিলাত ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনা দিৱস উদযাপন কৰা হয়

নগাঁও জিলাত ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনা দিৱস উদযাপন কৰা হয়

ডিজিটেল সেৱা: নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ ‘জিলা মহিলা সবলীকৰণ কেন্দ্ৰ’ই ‘বেটী বচাও বেটী পঢ়াও’ অভিযানৰ অধীনত “ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা-নিষেধ নাইকিয়া কৰি, মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰা”ৰ মূল বিষয়বস্তুৰে ২০২৬ বৰ্ষৰ ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনা দিৱস উদযাপন কৰে। এই উপলক্ষে বিশেষ … Read more

এইছ ভি পি টীকাকৰণ অভিযান ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

এইছ ভি পি টীকাকৰণ অভিযান ক্ষীপ্ৰতৰ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ

ডিজিটেল সেৱা, নগাঁও: গৰ্ভাশয় মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰি থকা এইছভিপি টীকাকৰণ অভিযান নগাঁও জিলাৰ নগৰীয়া খণ্ডত অধিক সক্ৰিয় আৰু সফল কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত অভিযানৰ সামগ্ৰিক অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে ব্যাপক জনসচেতনতা বৃদ্ধি, … Read more