মন্ত্ৰী পীযুষ হাজৰীকাই কন্দলিত ৰুলে ভূই, কঠিয়াতলিত পথাৰ পৰিদৰ্শন

মন্ত্ৰী পীযুষ হাজৰীকাই  কন্দলিত ৰুলে ভূই, কঠিয়াতলিত পথাৰ পৰিদৰ্শন

ডিজিটেল সেৱা, কঠিয়াতলি: ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলা ভ্ৰমণ কৰি কৃষি বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পোন প্ৰথমতে তেওঁ নগাঁও জিলাৰ ননৈ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত কঠীয়াতলীত আয়োজিত এটি কৃষক পঞ্জীয়ন শিবিৰ পৰিদৰ্শন কৰি চলি থকা পঞ্জীয়ন সম্পৰ্কে বুজ লয়। উপস্থিত কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৃষক পঞ্জীয়নৰ প্ৰয়োজন সম্পৰ্কে … Read more

নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি সুনীল কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিলীপ দত্ত চৌধুৰী, সমন্বয়ক অসীম কৃষ্ণ বৰুৱা আৰু জয়ন্ত হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ … Read more

নগাঁও জিলা ভুমিলেখ্য কৰ্মচাৰী সন্মিলনৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন

নগাঁও জিলা ভুমিলেখ্য কৰ্মচাৰী সন্মিলনৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন

ডিজিটেল সেৱা, নগাঁও : সদৌ অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ হোৱা নগাঁও সদৰ ,কলিয়াবৰ ,চামগুৰি ,কামপুৰ ,ধিং ,ৰূপহী, ৰহা ৰাজহ চক্ৰত কৰ্মৰত ভুমিলেখ্য কৰ্মচাৰীৰ সন্তান সকলক আজি অভিনন্দন জনোৱা হয়। সন্মিলনী নগাঁও শাখাৰ … Read more

দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ

দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ বিন্নাকান্দি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমল গৃহ সমষ্টিৰ উন্নয়নমূলক কাম-কাজক লৈ তৎপৰ হৈ পৰিছে৷ আজি সমষ্টিটোৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সমষ্টিত ৰূপায়ন হৈ থকা বিভিন্ন উন্নয়নমূলক কামক লৈ জিলা আয়ুক্তৰ লগত এক বৈঠকত মিলিত হয় বিধায়ক আজমল ৷ আজি বিধায়ক গৰাকীয়ে বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত ইছলাম নগৰৰ পৰা … Read more