ৰাজ্যজুৰি ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰা হয়
ডিজিটেল সেৱা: দেওবাৰে ৰাজ্যৰ বিভিন্ন জিলাত কমেও ৪৭২.৫১ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী দাহ কৰা হয় । এই নিচাজাতীয় সামগ্ৰী দাহ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লয় ৷দৌলাশালত মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰে ৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে ৷ মুখ্যমন্ত্ৰীয়ে নিজেই ৰোলাৰ … Read more