২০ সহস্ৰাধিক লোকৰ উপস্থিতিত জামিয়াৰ বাৰ্ষিক সমাৱৰ্তন সম্পন্ন

২০ সহস্ৰাধিক লোকৰ উপস্থিতিত জামিয়াৰ বাৰ্ষিক সমাৱৰ্তন সম্পন্ন

◆জমিৰ উদ্দিন তালুকদাৰ◆ উত্তৰ-পূৱৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ ৭৪ তম বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠান আজি জামিয়াৰ বাকৰিত সম্পন্ন হয়৷ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ আনফৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে হবিব মোহাম্মদ চৌধুৰী নেতৃত্বাধীন মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিয়ে বিগত এটা বৰ্ষত সম্পন্ন কৰা … Read more

নগাঁও জিলাৰ ৮ গৰাকী আৰক্ষীলৈ ডিজিপিৰ প্ৰশংসা পদক

নগাঁও জিলাৰ ৮ গৰাকী আৰক্ষীলৈ ডিজিপিৰ প্ৰশংসা পদক

ডিজিটেল সেৱা, নগাঁও: অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকৰ পদক ২০২৫ লাভ কৰাৰ বাবে নগাঁও আৰক্ষীৰ ৮ গৰাকী বিষয়া-কৰ্মীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। আৰক্ষী বিষয়া সকলৰ দৃষ্টান্তমূলক সেৱা,অসাধাৰণ অৱদান আৰু কৰ্তব্যৰ প্ৰতি অক্লান্ত নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয় আৰু বাহিনীটোৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে, নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা (সোনৰ মেডেল), অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ … Read more

বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বৰঝাৰ বিমানবন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ডিজিটেল সেৱা, গুৱাহাটী: গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰাৰ পাছতে প্ৰধানমন্ত্রীয়ে শনিবাৰে এখন বিশাল জনসভা সম্বোধন কৰে । প্ৰধামন্ত্রীয়ে কয়, “ভূপেন দাৰ এই গীত কেৱল গীত নহয়, অসমক ভালপোৱা সকলো মহান আত্মাৰ সংকল্প । সেই সংকল্পক সাৰ্থক কৰাৰ বাবে আমি কাম কৰি আছো । বিজেপিৰ ডাবল ইঞ্জিনৰ চৰকাৰে অবিৰতভাৱে বিকাশৰ … Read more

নগাঁৱত পথ সুৰক্ষা সজাগতা সভা:সুৰা সেৱন কৰি যানবাহন নচলাবলৈ আহ্বান

নগাঁৱত পথ সুৰক্ষা সজাগতা সভা:সুৰা সেৱন কৰি যানবাহন নচলাবলৈ আহ্বান

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু ৰামধেনু ট্ৰেভেল এজেঞ্চিৰ সহযোগত নগাঁৱৰ বৰঘাট বাইপাছত আজি পুৱা এখনি “পথ সুৰক্ষা সজাগতা সভা” অনুষ্ঠিত হয়। আজিৰ এই পথ সুৰক্ষা সজাগতা সভাত সভাপতিত্ব কৰে জিলা পৰিবহন বিষয়া সীমান্ত বৰাই ৷ নগাঁও পৰিবহন প্ৰৱৰ্তক বিষয়া প্ৰহ্লাদ হাজৰিকা,সুদীপ্ত শইকীয়া,তুলতুল গগৈ,প্ৰদীপ ভূঞা লগতে অন্যান্য সকল,ৰামধেনু ট্ৰেভেল এজেঞ্চিৰ ইন্দ্ৰ … Read more

নগাঁও জিলাত “নিচামুক্ত ভাৰত অভিযানৰ” পঞ্চম বৰ্ষপূৰ্তি উদযাপন

নগাঁও জিলাত “নিচামুক্ত ভাৰত অভিযানৰ” পঞ্চম বৰ্ষপূৰ্তি উদযাপন

ডিজিটেল সেৱা, নগাঁও: সমগ্র দেশ তথা ৰাজ্যৰ লগতে নগাঁও জিলাটো ১৮ নৱেম্বৰ তাৰিখে ‘নিচামুক্ত ভাৰত অভিযান’ৰ পঞ্চম বৰ্ষপূৰ্তিৰ অনুষ্ঠানটি উদযাপন কৰা হয়। উক্ত বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসন, জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয় আৰু জিলাখনৰ ১৪টা সংহত শিশু উন্নয়ন প্ৰকল্পৰ (ICDS) বিষয়া-কৰ্মচাৰীসকলৰ দ্বাৰা এক জিলাভিত্তিত ‘গণ শপত গ্ৰহণ’ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । … Read more

জুবিন গাৰ্গক “দিব্য মানৱ” বুলি স্বীকৃতি প্ৰদান যোগপ্ৰেৰণা ফাউণ্ডেচনৰ

জুবিন গাৰ্গক “দিব্য মানৱ” বুলি স্বীকৃতি প্ৰদান যোগপ্ৰেৰণা ফাউণ্ডেচনৰ

ডিজিটেল সেৱা, চামগুৰি: নগাঁও জিলাৰ চামগুৰিস্থিত অগ্ৰণী প্ৰতিষ্ঠান যোগপ্ৰেৰণা ফাউণ্ডেচনে ১৮ নৱেম্বৰ ২০২৫ খ্ৰীষ্টাব্দ মংগলবাৰে অসমীয়াৰ প্ৰাণৰ জুবিন গাৰ্গৰ ৫৩ বছৰীয়া জন্মদিনটো তেওঁৰ প্ৰতি থকা মৰম আৰু সন্মানাৰ্থে জুবিন গাৰ্গক পোন প্ৰথমবাৰৰ বাবে “দিব্য মানৱ” বুলি স্বীকৃতি প্ৰদান কৰে। লগতে “দিব্য মানৱ জুবিন গাৰ্গ বিশেষ দিন” হিচাপে পালন কৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানতে জুবিন গাৰ্গৰ … Read more

নেহৰুবালিৰ বাকৰিত ৫ সহস্ৰাধিকে গালে ‘মানুহে মানুহৰ বাবে…’

নেহৰুবালিৰ বাকৰিত ৫ সহস্ৰাধিকে গালে ‘মানুহে মানুহৰ বাবে…’

ডিজিটেল সেৱা, নগাঁও: জনতাৰ শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বৰ্ষযোৰা জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত জিলাখনৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত সুধাকণ্ঠ গৰাকীৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয় । বুধবাৰে পুৱাবেলাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ … Read more

নগাঁও জিলাত এখন গাঁৱৰ ৪০ শতাংশ লোকৰ কিডনী বিক্ৰী !

নগাঁও জিলাত এখন গাঁৱৰ ৪০ শতাংশ লোকৰ কিডনী বিক্ৰী !

ডিজিটেল সেৱা,নগাঁও: নগাঁৱত বিগত প্ৰায় চাৰি বছৰে সংঘটিত হৈ আহিছে কিডনী বিক্ৰীৰ দৰে এক ভয়ংকৰ ঘটনা । নিজৰ কিডনী বিক্ৰী কৰাৰ অভিযোগে উন্মোচন কৰিছে অভাৱগ্ৰস্ততাৰ এক ভয়ংকৰ ছবি । এই ঘটনা নগাঁও চহৰৰ হুজ কৈৱৰ্ত গাঁৱৰ ।গাঁওখনৰ প্ৰায় ৪০ শতাংশ লোকেই নিজৰ কিডনী বিক্ৰী কৰা বুলি স্থানীয় লোকৰ লগতে খোদ গাঁওপ্ৰধানেই এক অভিযোগ উত্থাপন কৰাৰ … Read more