চাপানলা পাহাৰত ছাত্ৰৰ সৈতে ট্ৰেকিঙত ভাগ ল’লে আয়ুক্ত দেৱাশীষ শৰ্মাই
ডিজিটেল সেৱা, নগাঁও: অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু নগাঁৱৰ গ্ৰাম্য বিকাশ পৰিষদৰ ব্যৱস্থাপনাত বিগত ৩০ আৰু ৩১ মে’ত জিলাখনৰ চাপানালাৰ ‘হাতী বন্ধু” শিবিৰত পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত এটি দুদিনীয়া “প্ৰকৃতি শিবি”ৰ সফলতাৰে সম্পন্ন হৈ যায়। পৰিৱেশ সংৰক্ষণ, জৈৱ-বৈচিত্ৰ্য, বহনক্ষম জীৱনশৈলী আৰু অনাগত প্ৰজন্মৰ বাবে প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি … Read more