১৬ বছৰীয়া ছাত্ৰই লিখিলে গ্ৰন্থ:হোজাইত ‘এ উইক ইন পেৰাডাইজ’গ্ৰন্থ উন্মোচন

১৬ বছৰীয়া ছাত্ৰই লিখিলে গ্ৰন্থ:হোজাইত ‘এ উইক ইন পেৰাডাইজ’গ্ৰন্থ উন্মোচন

◆জমিৰ উদ্দিন তালুকদাৰ◆ হোজাইৰ ইছলাম নগৰৰ এগৰাকী ১৬ বছৰীয়া কিশোৰ ছাত্ৰই লিখি উলিওৱা ভ্ৰমণ বিষয়ত এখন গ্ৰন্থ যোৱা সন্ধিয়া ইছলাম নগৰ জাতীয় একাডেমী, টেংৰীপাৰত উন্মোচন কৰা হয়৷ সদ্য ঘোষিত মেট্ৰিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু বৰ্তমান হোজাইৰ আনফৰ চুপাৰ ৫০ত অধ্যয়ন কৰি থকা মোহাম্মদ আব্দুৰ ৰহমান নামৰ ছাত্ৰ গৰাকীয়ে লিখি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে অসম … Read more

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰক শুভেচ্ছা অসম বাৰ্তাজীৱী সংঘৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰক শুভেচ্ছা অসম বাৰ্তাজীৱী সংঘৰ

অদিতি সেৱা,গুৱাহাটী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ নতুন চৰকাৰখনক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে অসম বাৰ্তাজীৱী সংঘই৷ আজি এক বিবৃতিত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই একেৰাহে দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ চৰকাৰক শুভেচ্ছা জনাই নতুন চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণৰ … Read more

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল সেৱা,গুৱাহাটী: দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে শপতগ্ৰহণ কৰিব ।মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ উদ্যোগপতিসকল ৷ এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে মঙলবাৰে শপতগ্ৰহণৰ ইতিমধ্যে হৈ উঠিছে খানাপাৰ খেলপথাৰ। প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ সোমবাৰে নিশাৰ ভিতৰতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ … Read more

জিলা আয়ুক্তৰ উপস্থিতিত বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা

জিলা আয়ুক্তৰ উপস্থিতিত বৰদোৱা সত্ৰ পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলাৰ বটদ্ৰৱা থান-সত্ৰৰ চৌহদত পলিথিন জাতীয় সামগ্ৰীৰ ব্যৱহাৰ একেবাৰে পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে থান পৰিচালনা সমিতিয়ে। কালি ইয়াৰ আকাশী গংগাৰ তীৰত অৱস্থিত আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এক বিশেষ সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সভাত গ্ৰহণ কৰা আন এক … Read more

নগাঁও জিলাৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষৰ প্ৰস্তুতিমূলক পৰ্যালোচনা

নগাঁও জিলাৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষৰ প্ৰস্তুতিমূলক পৰ্যালোচনা

ডিজিটেল সেৱা: নগাঁও জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ প্ৰধানসকলক লৈ এক গুৰুত্বপূৰ্ণ শৈক্ষিক পৰ্য্যালোচনা সভা সফলতাৰে অনুষ্ঠিত হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে জিলাখনৰ শিক্ষা ব্যৱস্থাটোক অধিক গতিশীল আৰু সময়োপযোগী কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আগন্তুক সময়ছোৱাত জিলাখনৰ শৈক্ষিক … Read more

ৰাঙলু সাহিত্য সভা আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ৰাঙলু সাহিত্য সভা আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

ডিজিটেল সেৱা: নিজ কঠীয়াতলী স্বৰ্ণ শাখা সাহিত্য সভা,ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভা আৰু ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ যৌথ উদ্যোগত ৯ মে’ তাৰিখে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ প্ৰাংগণত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটো দুয়োখন স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক,শ্ৰী ঘনকান্ত বৰা দেৱৰ ৭৪ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয়। … Read more

মৰিকলঙ ডকাইতি কাণ্ডৰ তিনি ডকাইত গ্ৰেপ্তাৰ: চিকিৎসকৰ পত্নীৰ মৃত্যু

মৰিকলঙ ডকাইতি কাণ্ডৰ তিনি ডকাইত গ্ৰেপ্তাৰ: চিকিৎসকৰ পত্নীৰ মৃত্যু

ডিজিটেল সেৱা, নগাঁও : যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা নগাঁও চহৰৰ মৰিকলঙত সংঘটিত হৈছিল চাঞ্চল্যকৰ ডকাইতিকাণ্ড । পাঁচজনীয়া এটা কুখ্যাত ডকাইতৰ দলে নগাঁৱৰ মৰিকলঙৰ চিকিৎসক ৰঞ্জিত শইকীয়াৰ বাসগৃহত প্ৰৱেশ কৰি চিকিৎসক দম্পতীক আক্ৰমণ কৰি লুটপাত চলাইছিল । চোকা অস্ত্ৰৰে চিকিৎসক দম্পতীক নিৰ্মমভাৱে আক্ৰমণ কৰি নগদ ধন সোণ লুটি নিছিল ।অসম আৰক্ষীৰ মধ্য অসমৰ মহা পৰিদৰ্শক … Read more

নগাঁও জিলা আয়ুক্ত‌ দেৱাশীষ শৰ্মাই উন্মোচন কৰিলে ‘কুঁহিপাত প্ৰকল্প’

নগাঁও জিলা আয়ুক্ত‌ দেৱাশীষ শৰ্মাই উন্মোচন কৰিলে ‘কুঁহিপাত প্ৰকল্প’

ডিজিটেল সেৱা: আমাৰ শৈশৱৰ সেই আৱেগভৰা ‘কুঁহিপাঠ’ নামৰ কিতাপখনৰ অৰ্থপূৰ্ণ আৰু সোণসেৰীয়া কবিতাবোৰ আজিৰ পাঠ্যক্ৰমৰ পৰা প্ৰায় আঁতৰি গৈছে। যাৰ ফলত নতুন প্ৰজন্মই সেই সুৱদী ভাষা আৰু সুবাস থকা পদ্যসমূহৰ সোৱাদৰ পৰা বঞ্চিত হৈছে। বৰ্তমানৰ শিশুসকল যিহেতু জন্মৰ পৰাই ডিজিটেল মাধ্যম আৰু এনিমেচনৰ প্ৰতি অধিক আসক্ত, সেই সত্যক শিৰোধাৰ্য কৰি নগাঁও জিলাত শিক্ষা বিভাগে এক … Read more

নগাঁও জিলাৰ নীট পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

নগাঁও জিলাৰ নীট পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা: দেওবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (স্নাতক স্তৰ) ‘নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ চমুকৈ NEET (UG) ২০২৬ৰ শেষ পৰ্যায়ৰ চলি থকা বিভিন্ন প্ৰস্তুতিৰ বুজ ল’বলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা আৰু বিভিন্ন ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে। পৰিদৰ্শনকালত জিলা আয়ুক্ত মহোদয়ে … Read more

নগাঁও চহৰৰ উদ্যান সমূহত নগাঁও পৌৰসভাৰ প্ৰৱেশ মাছুল নিৰ্ধাৰণ

নগাঁও চহৰৰ উদ্যান সমূহত নগাঁও পৌৰসভাৰ প্ৰৱেশ মাছুল নিৰ্ধাৰণ

ডিজিটেল সেৱা: নগাঁও পৌৰসভাৰ দ্বাৰা মুকলি কৰা চহৰৰ উদ্যান সমূহত প্ৰৱেশৰ বাবে এতিয়াৰে নাগৰিকে মাছুল দিব লাগিব। পৌৰসভাৰ তৰফৰ পৰা শনিবাৰে প্ৰকাশিত এখন জাননীত কোৱা হৈছে যে, অহা ৩ মে’ ২০২৬ অৰ্থাৎ কাইলৈৰ পৰা জুবিন পাৰ্কত ১০ টকা আৰু শ্ৰদ্ধাঞ্জলি উদ্যানত ২০ টকা প্ৰৱেশ মাছুল ধাৰ্য কৰা হৈছে। নিয়মিত দৰ্শনাৰ্থীৰ বাবে ৩০০ টকাৰ মাহিলী পাছ … Read more