ৰাঙলু সাহিত্য সভা আৰু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত অভিনন্দন অনুষ্ঠান
ডিজিটেল সেৱা: নিজ কঠীয়াতলী স্বৰ্ণ শাখা সাহিত্য সভা,ৰাঙলু স্বৰ্ণ শাখা সাহিত্য সভা আৰু ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ যৌথ উদ্যোগত ৯ মে’ তাৰিখে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ প্ৰাংগণত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটো দুয়োখন স্বৰ্ণ শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক,শ্ৰী ঘনকান্ত বৰা দেৱৰ ৭৪ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয়। … Read more