এফ জি আই ছিনিয়ৰ চেকাণ্ডৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ

এফ জি আই ছিনিয়ৰ চেকাণ্ডৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ

ডিজিটেল সেৱা, নগাঁও : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ ভিতৰত উন্নত ফলাফল প্ৰদৰ্শন কৰি উজলি উঠিছে নগাঁও চহৰৰ এখন অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান এফ জি আই ছিনিয়ৰ চেকাণ্ডৰী স্কুল। পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বিজ্ঞান আৰু কলা দুয়োটা শাখাত উত্তীৰ্ণৰ হাৰ এশ শতাংশ। এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ অৱতীৰ্ণ মুঠ ১০০ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত … Read more

‘মেট্ৰিক ফেইল’ বিদ্যালয়ৰ প্ৰধানৰ সৈতে নগাঁও জিলা আয়ুক্তৰ সভা

‘মেট্ৰিক ফেইল’ বিদ্যালয়ৰ প্ৰধানৰ সৈতে নগাঁও জিলা আয়ুক্তৰ সভা

ডিজিটেল সেৱা: যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ যিসমূহ বিদ্যালয়ৰ ৩০ শতাংশতকৈ কম ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে সেই বিদ্যালয়সমূহৰ মুৰব্বীসকলৰ সৈতে বৃস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এখন পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত তেনে ৩৯ খন বিদ্যালয়ৰ আটাইকেখনৰে অধ্যক্ষ বা প্ৰধান শিক্ষকসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে এই বিদ্যালয়সমূহৰ যোৱা তিনি বছৰৰ ফলাফলৰ … Read more

নগাঁও জিলাৰ ৭ কেন্দ্ৰত হ’ব নীট পৰীক্ষা ডিচি-এছপিৰ কেন্দ্ৰ পৰিদৰ্শন

নগাঁও জিলাৰ ৭ কেন্দ্ৰত হ’ব নীট পৰীক্ষা ডিচি-এছপিৰ কেন্দ্ৰ পৰিদৰ্শন

ডিজিটেল সেৱা: অহা ৩ মে’ত দেশৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষা ‘নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট’ চমুকৈ নীট (ইউ জি) ২০২৬ৰ প্ৰস্তুতিৰ বুজ লবলৈ বুধবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি নিৰাপত্তা আৰু ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে। … Read more

JEE ত স্থান দখলেৰে পুণৰ উজলি উঠিল আজমল ছুপাৰ ৪০

JEE ত স্থান দখলেৰে পুণৰ উজলি উঠিল আজমল ছুপাৰ ৪০

ডিজিটেল সেৱা, হোজাই: পুণৰ উজলি উঠিল আজমল ছুপাৰ ৪০। সদ্য ঘোষিত ২০২৬ বৰ্ষত JEE (MAINS চেচন ২) পৰীক্ষাত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনিলে আজমল ছুপাৰ ৪০য়ে। JEE MAINS পৰীক্ষাত ৱাদুদ বাহাৰে ৯৯.২৯ পাৰ্চেন্টাইল নম্বৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত আজমল ছুপাৰ ৪০ বাবে সুনাম কঢ়িয়াই অনাৰ লগতে আৰিফ উদ্দিন ৯৯.১৫ পাৰ্চেন্টাইল, জুমিদ বৰ্মা ৯৯.০৮ পাৰ্চেন্টাইল আৰু মাৰ্জান … Read more

কঠালগুৰিত নতুন বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

কঠালগুৰিত নতুন বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা,নগাঁও: কঠিয়াতলীৰ কঠালগুৰী অঞ্চলত শিক্ষাৰ পোহৰ অধিক বিস্তাৰ কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপন কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দ্বাৰা স্বীকৃত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান স্বৰ্ণপীঠ কেন্দ্ৰীয় বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ২০২৬-২৭ বৰ্ষৰ পৰা আৰম্ভ হ’বলগীয়া এই নতুন শৈক্ষিক যাত্ৰাৰ শুভাৰম্ভ কৰি আয়ুক্তগৰাকীয়ে তেওঁৰ মনৰ গভীৰ সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰি … Read more

দৃষ্টিহীন কামেশ্বৰ বৰাক সম্বৰ্ধনা জনালে সঞ্চালক ড° খচৰুল ইছলামে

দৃষ্টিহীন কামেশ্বৰ বৰাক সম্বৰ্ধনা জনালে সঞ্চালক ড° খচৰুল ইছলামে

ডিজিটেল সেৱা,হোজাই: দৰিদ্ৰতা আৰু দৃষ্টিহীনতা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। তাৰ জলন্ত উদাহৰণ লংকাৰ বামুণগাঁৱৰ কামেশ্বৰ বৰা। ৫ বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা কামেশ্বৰ বৰাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬৯.১৬ % লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণ হৈ লংকাকে ধৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে কামেশ্বৰ বৰাই। ​ ছাত্ৰগৰাকীৰ এই সফলতাক সন্মান … Read more

ঐতিহাসিক ‘ডবাক’ ৰজাৰ ৰাজধানীৰ জৰাজীৰ্ণ ৰূপ দেথি হতবাক অখিল গগৈ

ঐতিহাসিক ‘ডবাক’ ৰজাৰ ৰাজধানীৰ জৰাজীৰ্ণ ৰূপ দেথি হতবাক অখিল গগৈ

◆জমিৰ উদ্দিন তালুকদাৰ◆ সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ঐতিহাসিক ডবাক ৰজাৰ ৰাজধানী হিচাপে চিহ্নিত ঐতিহাসিক স্থান হিচাপে পৰিচিত ডবকাৰ মিকিৰআটি হাঁওগাঁৱত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ মটবন বুলি পৰিচিত এই প্ৰসিদ্ধ স্থানত সপত্নীক উপস্থিত হৈ ৰজাদিনীয়া পুৰণি কৃতিচিহ্নসমূহ পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। সপ্তম শতিকাৰ এই শিলৰ ভাস্কৰ্য্যসমূহ দেখি আপ্লুত … Read more

ঘগ্রাপাৰত ‘জেষ্ঠজনৰ আশীর্বাদ বিছাৰি’ বিহুৱান প্রদান যুৱ-ছাত্র পৰিষদৰ

ঘগ্রাপাৰত ‘জেষ্ঠজনৰ আশীর্বাদ বিছাৰি’ বিহুৱান প্রদান যুৱ-ছাত্র পৰিষদৰ

ডিজিটেল সেৱা: ঘগ্ৰাপাৰ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অইন বেলিৰ দৰে এইবেলিও পহিলা বহাগৰ দিনা “জ্যেষ্ঠজনৰ আশীষ বিছাৰি” শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৃহত্তৰ ঘগ্ৰাপাৰৰ প্রায় ১০ গৰাকী সমাজত বিভিন্ন ক্ষেত্রত অৰিহনা আগবঢ়োৱা জেষ্ঠলোকক বিহুৱান যাঁচি আশীর্বাদ গ্রহণ কৰে ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে।লগতে জেষ্ঠজনৰ ঘৰলৈ লৈ তেওঁলোকৰ পদূলিত বিহু গীত মাতেৰে সম্ভাষণ জ্ঞাপন … Read more

আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ ৯৫.৬৫ শতাংশ উত্তীৰ্ণ

আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ ৯৫.৬৫ শতাংশ উত্তীৰ্ণ

ডিজিটেল সেৱা: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত প্ৰতিখন বিদ্যালয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ডবকাৰ ভেলৌগুৰিৰ আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা ৯৫.৬৫ শতাংশ উত্তীৰ্ণৰে ঐতিহাসিক ফলাফল প্ৰদৰ্শন কৰে। পিতৃহাৰা ৪৬ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সপোন বাস্তৱায়িত কৰিলে আজমল ফাউণ্ডেচনে। আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলৰ পৰা আশ্বিয়াম আহমেদে ৯৫.১৭ শতাংশৰে হোজাই জিলাত … Read more

নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিত ৮৮ % ভোটদান সম্পন্ন

নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিত ৮৮ % ভোটদান সম্পন্ন

ডিজিটেল সেৱা: ৰাজ্যৰ অন্যান্য অংশৰ লগতে আজি নগাঁও জিলাৰ সাতোটা বিধানসভা সমষ্টিতে অনুষ্ঠিত হোৱা নিৰ্বাচন অতি সুকলমে আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাবে সামৰণি পৰে। নিৰ্বাচন বিভাগে জনোৱা মতে, আবেলি ৫ বজালৈকে জিলাখনত সামগ্ৰীক ভোটদানৰ হাৰ হৈছে ৮৮ শতাংশ । ৰূপহীহাট সমষ্টিত সৰ্বাধিক আনুমাণিক ৯২.৭৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে বঢ়হমপুৰত সৰ্বনিম্ন ৮২.৮৫ শতাংশ ভোটদান হয়। একেদৰে ধিঙত ৯০.৩৪ … Read more