সর্প দংশন: চিকিৎসা, সুৰক্ষা আৰু প্ৰতিৰোধ: বিশ্ব সর্প দিবস উপলক্ষে

সর্প দংশন: চিকিৎসা, সুৰক্ষা আৰু প্ৰতিৰোধ: বিশ্ব সর্প দিবস উপলক্ষে

◆ডাঃ মৃদুল কুমাৰ নাথ◆ মৌচুমী বতাহৰ আগমনৰ লগে লগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বর্ষা ঋতুৰ আগমন হয়। বাবিষা অহাৰ লগে লগে বানপানী, ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদি সকলোৰে হেঁচা মাৰি ধৰে। বিভিন্ন মহামাৰীৰ লগতে সর্পদংশন হোৱা ৰোগীৰ সংখ্যাও এই সময় বিলাকত বৃদ্ধি পায়। বিশ্বস্বাস্থ্য সংস্থাই সর্পদংশনক অৱহেলিত ৰোগৰ (Neglected Disease) ৰ শাৰীত স্থান দিছে। এই সমীক্ষাত … Read more

বিদেশী সমস্যা ৰাজনৈতিক জীৱনবাটৰ ক্ষমতালাভৰ শ্লগান হৈ পৰিল

বিদেশী সমস্যা ৰাজনৈতিক জীৱনবাটৰ ক্ষমতালাভৰ শ্লগান হৈ পৰিল

◆ড॰ নন্দ সিং বৰকলা◆ অসম আৰু অসমীয়া, মাটি আৰু মানুহৰ স্বাভিমান, সাংস্কৃতিক জীৱনবোধক স্বচ্ছতাৰে নিৰাপদে ৰাখিবলৈ দেশৰ স্বাধীনতাৰ পিছতেই সাহসী ভুমিকা পালন কৰিছিল অসমৰ এজন অতি কৃতধী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে৷ ভাৰত পাকিস্তানৰ বিভাজন, হিন্দু, শিখ আৰু মুছলমানৰ তেজেৰে গা-ধোৱা স্বাধীনতাৰ বাটত ভাৰতৰ পূৱ প্ৰান্তৰ অসমে ভূগিছিল অস্বিত্বৰ সংকটত৷পাকিস্তানৰ লগত অসমক চামিল কৰিবলৈ জৱাহৰলাল নেহেৰুৰ বিৰুদ্ধে … Read more

প্ৰসংগ: সম নাগৰিক সংহিতা ( Uniform Civil Code)

প্ৰসংগ: সম নাগৰিক সংহিতা ( Uniform Civil Code)

◆নাছিৰ আহমেদ◆ সম নাগৰিক সংহিতা হ’ল , এনে এক দেৱানী আইন (Civil Law), যাৰ অধীনত ধৰ্ম-জাতি-বৰ্ণ- নিৰ্বিশেষে দেশৰ সকলো নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত একেখন আইন প্ৰযোজ্য হ’ব।বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে শাসনাধিষ্ট হৈয়েই দেশৰ ভিতৰত একেখন ফৌজদাৰী আইন (Criminal law) থকাৰ দৰে একেখন দেৱানী আইন সংলগ্ন কৰি সম নাগৰিক সংহিতা … Read more

মহাসাগৰৰ যুদ্ধজাহাজত খাদ্যৰ সুৱাস, যুদ্ধভূমিত ভোকৰ হাহাকাৰ

মহাসাগৰৰ যুদ্ধজাহাজত খাদ্যৰ সুৱাস, যুদ্ধভূমিত ভোকৰ হাহাকাৰ

◆ড° শৰৎ বৰকটকী◆ খাদ্যৰ সুৱাসে সাধাৰন মানুহৰ মন জয় কৰাৰ লগতে যুদ্ধভূমিৰ পৰা শিবিৰলৈ উভতি অহা সৈনিকৰ হৃদয়লৈ গৰম ধোঁৱা ওলোৱা চুৰুহাৰ বাতি, একাহী গৰম ভাত বা পিজ্জাই মনোবল কঢ়িয়াই আনে। এই মানবীয় অনুভৱৰ কথা মহাসাগৰৰ বুকুত প্ৰহৰী হৈ থকা আমেৰিকাৰ ঐতিহাসিক বিশাল যুদ্ধজাহাজৰ সৈনিক সকলে প্ৰকাশ কৰিছে।যুদ্ধৰ ক্ষেত্ৰত অস্ত্ৰ-শস্ত্ৰ, কৌশল আৰু প্ৰযুক্তিৰ লগতে সৈনিকসকলৰ … Read more

অসম বিধানসভাৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয়ৰ এটি আলোকপাত

অসম বিধানসভাৰ নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয়ৰ এটি আলোকপাত

◆নাছিৰ আহমেদ◆ ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটৰ বিপৰ্যয় আৰু বিজেপি নেতৃত্বাধীন এন ডি এ ৰ এই বিৰাট সাফল্য কোনো আকস্মিক ঘটনা নহয় ; এয়া যেন পূৰ্বৰ পৰা অৱধাৰিত বাস্তৱ ঘটনাৰ প্ৰতিফলন। কেৱল ভৱাতকৈ এই সাফল্যৰ ৰেখাডাল বহ বেছি উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে। অসম বিধানসভাৰ ১২৬ জন বিধায়কৰ ভিতৰত বিজেপিয়ে অকলে … Read more

নিৰ্বাচনৰ ওপৰত এক্সিট পোলৰ সম্ভাৱনীয়তা বা বিশ্বাসযোগ্যতা কিমান?

নিৰ্বাচনৰ ওপৰত এক্সিট পোলৰ সম্ভাৱনীয়তা বা বিশ্বাসযোগ্যতা কিমান?

◆নাছিৰ আহমেদ ◆ পোন প্ৰথমবাৰৰ বাবে ১৯৬৭ চনত ডাচ সমাজ বিজ্ঞানী ও ৰাজনীতিবিদ মাৰ্শেল ভন ড্যাম ড্যানিশে সেই দেশৰ পাৰ্লিয়ামেন্ট নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ আগতেই তাক সঠিক ভাবে নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল। একে বছৰতে ছি বি এছ নিউজত কৰ্মৰত এগৰাকী আমেৰিকান সাংবাদিক তথা নিৰ্বাচন বিশেষজ্ঞ বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা এক্সিট পোলৰ জৰিয়তে ভোটৰ ফলাফল নিৰ্ভুল ভাবে … Read more

অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

◆ডী.কে.চৌহান◆ অসমৰ ৰাজনৈতিক ইতিহাসত চাহ বাগিচা আৰু আদিবাসী সমাজে দীৰ্ঘদিন ধৰি নীৰৱভাৱে অংশগ্ৰহণ কৰি আহিছে। বহু বছৰ ধৰি এই সমাজসমূহৰ ভূমিকা কেৱল ভোটদানতেই সীমাবদ্ধ আছিল। কিন্তু সময়ৰ লগে লগে এই নীৰৱতা ভাঙি পৰিছে। আজি অসমৰ ৰাজনীতিত এই সত্য অস্বীকাৰ কৰিব নোৱাৰি যে চাহ বাগিচা আৰু আদিবাসী সমাজৰ সমৰ্থন অবিহনে ৰাজ্যত কোনো চৰকাৰ গঠন কৰা সম্ভৱ … Read more

ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

◆লিম্পী শইকীয়া◆ ৰুদ্ৰাণী শৰ্মা অসমীয়া সাহিত্য জগতৰ এটা চিনাকি নাম। তেওঁৰ শেহতীয়া উপন্যাস ‘চফৰনামা’। ৰুদ্ৰাণী শৰ্মাৰ আন আন উপন্যাস সমূহ হ’ল- উত্তৰকাল (২০১৩) দমিতাৰ দস্তাবেজ (২০১৪) লৌহিত্য তীৰৰ অমৃত গাথা (২০১৫) পাণবজাৰৰ পাণ্ডুলিপি (২০১৬) কাঁহিবুনৰ মালিতা (২০১৭), ত্রিভুজ (২০২০) বতাহৰ ছবি (২০২১)। ‘চফৰনামা’ এখন ভ্রমণ উপন্যাস। চফৰনামা শব্দটো উর্দুমূলৰ। ইয়াৰ অসমীয়া অৰ্থ ভ্রমণ বিৱৰণ। উপন্যাসখন … Read more

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

◆মনোৰঞ্জন বৰা◆ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম এখন পুৰণি সভ্যতাৰ আকাশলঙ্ঘী স্থানত থকা ৰাজ্য। যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল। যেনে – ৰত্নপীঠ , কামপীঠ , স্বৰ্ণপীঠ আৰু সৌমাৰ পিঠ । এই ৰাজ্যৰ উত্তৰ পূবত অৱস্থিত সৌমাৰপীঠতেই ৪০০ বছৰৰো অধিক সময় ধৰি প্ৰৱল প্ৰতাপী চুতীয়া ৰজাই শাসন কৰি আহিছিল। ভীষ্মক ৰজাৰ পৰা আৰম্ভ … Read more

প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

◆ৰেজাউল কৰিম◆ ১৮২২ চনত গোৱালপাৰাজিলাখন উত্তৰ পূৱ ৰংপুৰৰ জিলা আছিল। ৰংপুৰ বৰ্তমানে বাংলাদেশৰ অন্তৰ্গত।১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত অসম বৃটিছ চৰকাৰৰ অধীন হয় আৰু গোৱালপাৰাখনকো অসমৰ সৈতে সাঙুৰি দিয়া হয়। ইয়াৰ আগলৈকে গোৱালপাৰা অসমৰ সৈতে নাছিল আৰু অসমখনো বৃটিছ ভাৰতৰ তলতীয়া নাছিল। ১৮৮৬ চনৰ অসম ভূমি নীতি বলবৎ হোৱাৰ আগলৈকে গোৱালপাৰাত চিৰস্থায়ী বন্দোবস্তী সম্পৰ্কীয় নীতি … Read more