জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

ডিজিটেল সেৱা: জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত সন্দৰ্ভত আদালতে গুৰুত্বপূৰ্ণ ৰায়দান কৰে ৷ বৃহস্পতিবাৰে আদালতে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান কৰে ৷ শর্মিলা ভূঞাৰ আদালতে নাকচ কৰে শ্যামকানু মহন্তৰ জামিন আবেদন । যোৱা ১০ এপ্ৰিলত জামিনৰ বাবে ফাষ্টট্ৰেক আদালতত আবেদন জনাইছিল অভিযুক্ত শ্যামকানু মহন্তই । সেই আবেদনৰ ভিত্তিত আদালতে ২২ আৰু ২৩ এপ্ৰিলত … Read more

চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

চিগাৰেট হুপি শাস্তিৰ সন্মুখীন ৰিয়ান পৰাগ: মেচ-ফিৰ ২৫ শতাংশ জৰিমনা

ডিজিটেল ডেস্ক: ড্ৰেছিং ৰূমত চিগাৰেট হুপি জৰিমনাৰ সন্মুখীন ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগক পঞ্জাব কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ড্ৰেছিং ৰূমৰ ভিতৰত ‘ভেপিং’ (ই-চিগাৰেট হুপি থকা) কৰি ধৰা পৰাৰ পিছত তেওঁৰ মেচ-ফিৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে । লগতে তেওঁৰ গুৰুত্বপূৰ্ণ খেলুৱৈ জীৱনত ‘ডিমেৰিট পইণ্ট’ দিয়া হৈছে । আইপিএলৰ এক প্ৰেছ … Read more

কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সচিবৰ নগাঁও জিলাৰ আঁচনি পৰিদৰ্শন

কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সচিবৰ নগাঁও জিলাৰ আঁচনি পৰিদৰ্শন

ডিজিটেল সেৱা: কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ ব্যয় বিভাগৰ বিশেষ সচিব ড° সাজ্জান সিং যাদৱে বুধবাৰে আবেলি নগাঁও জিলা ভ্ৰমণ কৰি কেবাখনো আঁচনিৰ কাম-কাজৰ বুজ লয়। বিশেষ সচিব গৰাকীয়ে এই ভ্ৰমণকালত, জিলাখনত ‘মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহত বিশেষ সাহায্য আঁচনি’ ৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্প পৰ্যবেক্ষণ কৰি নিৰ্মীয়মাণ কাম-কাজৰ খতিয়ান লয়। যাদৱে প্ৰথমে নগাঁও … Read more

প্ৰসংগ:অসমৰ বান গৰাখহনীয়া সমস্যা

প্ৰসংগ:অসমৰ বান গৰাখহনীয়া সমস্যা

◆মুৰুলী বৰুৱা◆ অসমৰ বহুকেইটা জটিল সমস্যাৰ ভিতৰত এক অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈছে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা । বিশেষকৈ অসমত যুগ যুগ ধৰি অব্যাহত থকা গৰাখহনীয়াৰ ভয়াবহ পৰিস্থিতিয়ে অসমৰ বাসোপযোগী তথা বহু কৃষি ভূমি ইতিমধ্যেই ধ্বংস কৰি পেলাইছে । একপ্ৰকাৰ ক্ৰমান্বয়ে যেন সংকোচিত হৈ পৰিছে সামগ্ৰিক অসমৰ ভূমি খণ্ড । কিন্তু অতি পৰিতাপৰ কথা অসমৰ … Read more

আৰক্ষী আৰু জনসাধাৰণৰ মাজত দূৰত্ব বৃদ্ধি পাইছে

আৰক্ষী আৰু জনসাধাৰণৰ মাজত দূৰত্ব বৃদ্ধি পাইছে

অপ্ৰিয় হলেও সত্য যে বিগত কিছু বছৰৰ পৰা অসমত একাংশ আৰক্ষীৰ কিছু অবাঞ্চিত ভূমিকা তথা কৰ্ম কাণ্ডই আৰক্ষী আৰু জনসাধাৰণৰ মাজত দূৰত্ব যঠেষ্ট খিনি বঢ়াই দিছে । আজি কেইজনমান বেপেৰুৱা মনোভাৱৰ আৰক্ষীৰ বাবেই লজ্জানত হৈছে সমগ্ৰ অসম আৰক্ষী । ঘাগ্ৰাপাৰা থানাত এগৰাকী কিশোৰীৰ বিবস্ত্ৰ অৱস্থাৰ ফটো তুলি এগৰাকী বিকৃত মানসিকতাৰ আৰক্ষী বিষয়াই অসমৰ লগতে অসম … Read more

অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

অসমৰ ৰাজনীতিত চাহ বাগিচা আৰু আদিবাসী সকলৰ ভূমিকা

◆ডী.কে.চৌহান◆ অসমৰ ৰাজনৈতিক ইতিহাসত চাহ বাগিচা আৰু আদিবাসী সমাজে দীৰ্ঘদিন ধৰি নীৰৱভাৱে অংশগ্ৰহণ কৰি আহিছে। বহু বছৰ ধৰি এই সমাজসমূহৰ ভূমিকা কেৱল ভোটদানতেই সীমাবদ্ধ আছিল। কিন্তু সময়ৰ লগে লগে এই নীৰৱতা ভাঙি পৰিছে। আজি অসমৰ ৰাজনীতিত এই সত্য অস্বীকাৰ কৰিব নোৱাৰি যে চাহ বাগিচা আৰু আদিবাসী সমাজৰ সমৰ্থন অবিহনে ৰাজ্যত কোনো চৰকাৰ গঠন কৰা সম্ভৱ … Read more

ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

ৰুদ্ৰাণী শৰ্মাৰ ভ্ৰমণ উপন্যাস ‘চফৰনামা’

◆লিম্পী শইকীয়া◆ ৰুদ্ৰাণী শৰ্মা অসমীয়া সাহিত্য জগতৰ এটা চিনাকি নাম। তেওঁৰ শেহতীয়া উপন্যাস ‘চফৰনামা’। ৰুদ্ৰাণী শৰ্মাৰ আন আন উপন্যাস সমূহ হ’ল- উত্তৰকাল (২০১৩) দমিতাৰ দস্তাবেজ (২০১৪) লৌহিত্য তীৰৰ অমৃত গাথা (২০১৫) পাণবজাৰৰ পাণ্ডুলিপি (২০১৬) কাঁহিবুনৰ মালিতা (২০১৭), ত্রিভুজ (২০২০) বতাহৰ ছবি (২০২১)। ‘চফৰনামা’ এখন ভ্রমণ উপন্যাস। চফৰনামা শব্দটো উর্দুমূলৰ। ইয়াৰ অসমীয়া অৰ্থ ভ্রমণ বিৱৰণ। উপন্যাসখন … Read more

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

◆মনোৰঞ্জন বৰা◆ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম এখন পুৰণি সভ্যতাৰ আকাশলঙ্ঘী স্থানত থকা ৰাজ্য। যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল। যেনে – ৰত্নপীঠ , কামপীঠ , স্বৰ্ণপীঠ আৰু সৌমাৰ পিঠ । এই ৰাজ্যৰ উত্তৰ পূবত অৱস্থিত সৌমাৰপীঠতেই ৪০০ বছৰৰো অধিক সময় ধৰি প্ৰৱল প্ৰতাপী চুতীয়া ৰজাই শাসন কৰি আহিছিল। ভীষ্মক ৰজাৰ পৰা আৰম্ভ … Read more

প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

প্ৰসংগ: গোৱালপাৰা আৰু ধুবুৰী

◆ৰেজাউল কৰিম◆ ১৮২২ চনত গোৱালপাৰাজিলাখন উত্তৰ পূৱ ৰংপুৰৰ জিলা আছিল। ৰংপুৰ বৰ্তমানে বাংলাদেশৰ অন্তৰ্গত।১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ সময়ত অসম বৃটিছ চৰকাৰৰ অধীন হয় আৰু গোৱালপাৰাখনকো অসমৰ সৈতে সাঙুৰি দিয়া হয়। ইয়াৰ আগলৈকে গোৱালপাৰা অসমৰ সৈতে নাছিল আৰু অসমখনো বৃটিছ ভাৰতৰ তলতীয়া নাছিল। ১৮৮৬ চনৰ অসম ভূমি নীতি বলবৎ হোৱাৰ আগলৈকে গোৱালপাৰাত চিৰস্থায়ী বন্দোবস্তী সম্পৰ্কীয় নীতি … Read more

ধৰ্মতকৈ জাতি সদায় আগত

ধৰ্মতকৈ জাতি সদায় আগত

ধৰ্ম আৰু জাতিৰ মাজত তুলনামূলক আলোচনা আগবঢ়োৱাৰ আগতে আমি ধৰ্ম আৰু জাতি সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম। ধৰ্ম:- ধৰ্ম কি, ধৰ্মৰ উদ্দেশ্য, লক্ষ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ আৰম্ভণিতে ধৰ্মসমূহ কেতিয়া আৱিৰ্ভাৱ হৈছিল, সেই বিষয়ে আলোচনা আগবঢ়াম। ধৰ্মসমূহ দুই ধৰণে আৱিৰ্ভাৱ হৈছিল। সেয়া হ’ল, সংগঠিত ৰূপত ধৰ্ম আৰু অসংগঠিত ৰূপত ধৰ্ম। সংগঠিত ৰূপত প্ৰধান ধৰ্মসমূহ হ’ল, … Read more