ভূমি-বিবাদৰ ন্যায়ৰ দাবীত সংবাদ মাধ্যমৰ কাষ চাপিল সাংবাদিকৰ পত্নী

ভূমি-বিবাদৰ ন্যায়ৰ দাবীত সংবাদ মাধ্যমৰ কাষ চাপিল  সাংবাদিকৰ পত্নী

ডিজিটেল সেৱা,গেলেকী : শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অধীনৰ নামতি খনিকৰ ৰাজহ গাঁৱত এটা মাটি-বিবাদক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, এগৰাকী বিধৱা মহিলাৰ ভূমি একেটা পৰিয়ালৰে এজন ব্যক্তিয়ে জোৰ-জুলুমকৈ দখল কৰিবলৈ চেষ্টা চলোৱাক কেন্দ্ৰ কৰিয়েই এই উত্তেজনাই গা কৰি উঠিছে।​প্ৰাপ্ত তথ্য মতে, বিবাদমান ভূমিখিনিৰ সম্পূৰ্ণ মীমাংসা নোহোৱা পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই … Read more

লুৰীণজ্যোতিৰ প্ৰতি অনাস্থা প্ৰকাশেৰে দলত্যাগ অজাপৰ হোজাই জিলা সমিতি

লুৰীণজ্যোতিৰ প্ৰতি অনাস্থা প্ৰকাশেৰে  দলত্যাগ অজাপৰ হোজাই জিলা সমিতি

◆জমিৰউদ্দিন তালুকদাৰ◆ দলীয় বিশৃংখলতাই কোঙা কৰি পেলাইছে অসম জাতীয় পৰিষদ দলক। লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন দলটোৰ স্বয়ং সভাপতিগৰাকীৰ বিৰুদ্ধে সংবিধান বিৰোধী কাৰ্যকলাপ আৰু দলত লবীকেন্দ্ৰিক ৰাজনীতি কৰাৰ অভিযোগত দলটোৰ হোজাই জিলা সমিতিয়ে সমূহীয়াকৈ পদত্যাগ কৰিছে। উল্লেখ্য যে দলৰ নিৰ্বাচনী বিপৰ্যয় সন্দৰ্ভত আলোচনা কৰিবৰ বাবে দলটোৰ হোজাই জিলা সমিতিয়ে যোৱা ১৭ জুনত নীলবাগানত জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা … Read more

লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাক লৈ তৎপৰ নগাঁও জিলা প্ৰশাসন

ডিজিটেল সেৱা, নগাঁও: অহা ৫ জুলাই দেওবাৰে ৰাজ্যৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব লগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (প্ৰাৰম্ভিক), ২০২৫ৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা) গোপাল শৰ্মা, … Read more

ৰহাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ

ৰহাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ

ডিজিটেল সেৱা, ৰহা : নগাঁও জিলা তথা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনক অধিক আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ লগতে তিৱা জনগোষ্ঠীৰ ঐতিহাসিক বীৰ জোঙাল বলহুৰ অমৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে ৰহাত চলি থকা ‘জোঙাল বলহু পৰ্যটন ক্ষেত্ৰ’ নিৰ্মাণ কাৰ্যৰ আজি ৰাজ্যৰ নতুন পৰ্যটন মন্ত্ৰী অজন্তা নেওগে পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা অনুসৰি প্ৰায় ৫০ কোটি … Read more

নগাঁও জিলাৰ হালোৱা গাৱঁত নিষিদ্ধ হ’ল গাহৰিৰ মাংস বিক্ৰী,সৰবৰাহ

নগাঁও জিলাৰ হালোৱা গাৱঁত নিষিদ্ধ হ’ল গাহৰিৰ মাংস বিক্ৰী,সৰবৰাহ

ডিজিটেল সেৱা: নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত হালোৱাগাওঁত পোহনীয়া গাহৰিৰ শৰীৰত বিপজ্জনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে। সেয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা সুৰক্ষা মূলক ব্যৱস্থা হিচাপে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাৰ অধীনত বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হালোৱা গাওঁৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰি বা গাহৰিৰ মাংস বা ইয়াৰ পৰা উৎপাদিত সামগ্ৰীৰ … Read more