নগাঁৱত সাধাৰণ পৰ্যবেক্ষকৰ উপস্থিতিত মাইক্ৰো অবজাৰভাৰৰ প্ৰশিক্ষণ
ডিজিটেল সেৱা,নগাঁও : অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাত নিয়োজিত হোৱা অতিক্ষুদ্ৰ পৰ্যবেক্ষক (মাইক্ৰো অবজাৰভাৰ) সকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সফলতাৰে সম্পন্ন হয়।জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ক্ৰমে উমাশংকৰ ভাৰ্গৱ, শিবপ্ৰসাদ আই. আৰু আবু টায়েং … Read more