আধুনিক ইণ্ডিয়া ফাউণ্ডেচনৰ বিভিন্ন আহ্বানৰ প্ৰতি ৰাষ্ট্ৰপতিৰ সহাৰি

আধুনিক ইণ্ডিয়া ফাউণ্ডেচনৰ বিভিন্ন আহ্বানৰ প্ৰতি ৰাষ্ট্ৰপতিৰ সহাৰি

ডিজিটেল সেৱা,নতুন দিল্লী : ৰাষ্ট্ৰপতি ভৱনে অসম, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্য সচিবসকলক চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।এই নির্দেশনা আধুনিক ইণ্ডিয়া ফাউণ্ডেচনে ৯ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দাখিল কৰা এক বিস্তৃত স্মাৰকপত্ৰৰ ভিত্তিত আহিছে। উক্ত স্মাৰকত এই জনগোষ্ঠীসমূহৰ ঐতিহাসিক অৱদানৰ লগতে সাম্প্ৰতিক … Read more

দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ:এটি অৱলোকন

দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ:এটি অৱলোকন

●নাছিৰ আহমেদ অতি প্ৰাচীন কালৰে পৰা পৃথিৱীৰ সকলো প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভাবে নাৰী দেৱীৰ পূজা উপাসনা চলি আহিছে। নাৰী মূৰ্ত্তিৰ ভিতৰত অষ্ট্ৰিয়াৰ উইলেনডৰ্ফৰ এটি মন্দিৰৰ ভগ্নস্তুপৰ খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় বিছ হেজাৰ বছৰ পুৰণি চুনশিলেৰে নিৰ্মিত এক প্ৰকাণ্ড স্ফীতোদৰা নাৰী মূৰ্ত্তি।এই নাৰী মূৰ্ত্তিকেই ভেনাছ বা মহামাই বুলি গণ্য কৰা হয়। আমাৰ দেশতো … Read more

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

●সুনীল কুমাৰ শৰ্মা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ সৃষ্টিৰ লগতে দেৱীৰ মাহাত্ম্য, ৰূপ-লাৱণ্য, পূজা, ভোগ, প্ৰসাদ আদি সম্পৰ্কে কালিকাপুৰাণ, শ্ৰী শ্ৰী চণ্ডী, স্কন্ধপুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বৃহৎনন্দিকেশ্বৰ পুৰাণ আদি গ্ৰন্থত বিস্তৃত বৰ্ণনা পোৱা যায় । উক্ত গ্ৰন্থত উল্লেখিত আখ্যান সমূহৰ মতে ৰম্ভা আৰু মহিষীৰ পুত্ৰ মহিষাসুৰে ব্ৰহ্মাক সন্তুষ্ট কৰি অমৰত্ব বৰ লভিবলৈ কঠোৰতকৈও কঠোৰ তপস্যাত ব্ৰতী হ’ল … Read more

মা দূৰ্গাৰ কৃপাত সমাজৰ দূৰ্গতি নাশ হওঁক

মা দূৰ্গাৰ কৃপাত সমাজৰ দূৰ্গতি নাশ হওঁক

●ৰাহুল দেৱ বৰদলৈ “য়া দেৱী সৰ্বভূতেষু আত্মাৰূপেন সংহিতা।নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নম:॥”যি দেৱী মহামায়াই সমস্ত ভূততে আত্মাৰূপে বিদ্যমান হয় তেওঁ হৈছে দশভূজা দুৰ্গা। বৃহদাৰণ্যক উপনিষদত পৰম ব্ৰহ্মই কৈছে – ‘একোহহং বহুস্যাম’। অৰ্থাৎ – ‘মই এক হৈ আছোঁ, এতিয়া বহু বিভক্ত হওঁ।’ পৰমব্ৰহ্মৰ ইচ্ছাশক্তিৰ পৰাই সৃষ্টি হয় আদ্যশক্তি দুৰ্গাৰ। আচলতে আদ্যশক্তি দুৰ্গা আৰু পৰমব্ৰহ্মৰ ইচ্ছাশক্তি একেই … Read more

বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

◆কুমাৰ বিভূতি আমাৰ শৈশৱৰ পৰা বৰ্তমানলৈকে সুৰৰ মায়াজালেৰে আন্দোলিত কৰি ৰখা এটা নাম জুবিন গাৰ্গ। এই মানুহজনে সমগ্ৰ পৃথিৱীখনকে সামৰি লৈছে নিজস্ব শিশুসুলভ মানসিকতাৰে আৰু সেই কৰ্মৰ ফলত যোৱা চাৰিনিশা অসমে বৰকৈ কান্দিছে। মানুহজনৰ চুলিৰ ষ্টাইল, কথা কোৱা ধৰণ, গীতৰ সুৰে ক’ব নোৱাৰাকৈয়ে মানুহবোৰৰ মনবোৰ বান্ধি পেলালে। ক’ৰবাত পঢ়া মনত পৰে যে মানুহৰ জীৱনটো বোলে … Read more

অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

◆মহিব উল্লাহ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা” ৰীল লাইফৰ দৰে বাস্তৱ জীৱনতো যেন মুক্ত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ । বহুতৰে দৰে মুখাৰ আঁৰত আন এখন মুখ লুকুৱাই ৰখা নাছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে । ইয়াৰ প্ৰমাণ তেওঁ দি থৈ গ’ল অন্তিম শয়নতো । বিশ্ববাসীয়ে দেখিলে। সোণাপুৰৰ কমাৰকুছি গাঁৱৰ … Read more

গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ

গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ

ডিজিটেল সেৱা: মিছা আঞ্চলিক মিলন সংঘৰ উদ্যোগত মিছা উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত চলি থকা গজেন্দ্ৰ নাথ বৰুৱা আৰু পুলিনা বৰুৱা দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল শনিবাৰে অনুষ্ঠিত হয়। চুড়ান্ত খেলত মিছা চাহবাগিচা ফুটবল একাদশ আৰু পানীগাঁও ফুটবল একাদশ দলে অংশগ্ৰহণ কৰে। আৰম্ভণিৰ পৰাই খেলখন উত্তেজনা পুৰ্ণ আছিল যদিও চুড়ান্ত খেলখনত চুড়ান্ত বিজয়ীৰ খিতাপ … Read more