প্ৰসংগ: গোলকীয় উষ্ণতা আৰু পৃথিৱী

প্ৰসংগ: গোলকীয় উষ্ণতা আৰু পৃথিৱী

বিগত এটা দশকত বিশ্ববাসিৰ মাজত এটা বহুলভাৱে চৰ্চিত বিষয় হৈছে গোলকীয় উষ্ণতা । এটা দশকৰ পূৰ্বে এই বিষয়টোৱে যিদৰে চৰ্চা লাভ কৰিছিল বা গুৰুত্ব পাইছিল সময় বাগৰাৰ লগে লগে বিষয়টোৱে বিশ্ববাসীৰ মাজত পূৰ্বৰ তুলনাত অধিক চৰ্চিত হবলৈ ধৰিছে । কাৰণ এই গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱে ক্ৰমান্বয়ে গ্ৰাস কৰিবলৈ ধৰিছে সমগ্ৰ বিশ্বৰ জীৱকুল তথা জৈৱ বৈচিত্ৰ্যক … Read more

বিদেশী সমস্যা ৰাজনৈতিক জীৱনবাটৰ ক্ষমতালাভৰ শ্লগান হৈ পৰিল

বিদেশী সমস্যা ৰাজনৈতিক জীৱনবাটৰ ক্ষমতালাভৰ শ্লগান হৈ পৰিল

◆ড॰ নন্দ সিং বৰকলা◆ অসম আৰু অসমীয়া, মাটি আৰু মানুহৰ স্বাভিমান, সাংস্কৃতিক জীৱনবোধক স্বচ্ছতাৰে নিৰাপদে ৰাখিবলৈ দেশৰ স্বাধীনতাৰ পিছতেই সাহসী ভুমিকা পালন কৰিছিল অসমৰ এজন অতি কৃতধী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে৷ ভাৰত পাকিস্তানৰ বিভাজন, হিন্দু, শিখ আৰু মুছলমানৰ তেজেৰে গা-ধোৱা স্বাধীনতাৰ বাটত ভাৰতৰ পূৱ প্ৰান্তৰ অসমে ভূগিছিল অস্বিত্বৰ সংকটত৷পাকিস্তানৰ লগত অসমক চামিল কৰিবলৈ জৱাহৰলাল নেহেৰুৰ বিৰুদ্ধে … Read more

নগাঁও জিলাত লোক পিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি

নগাঁও জিলাত লোক পিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি

ডিজিটেল সেৱা: আগন্তুক লোকপিয়ল ২০২৭ ৰ সৈতে জড়িত হ’বলগীয়া কৰ্মচাৰী সকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। লোক পিয়লৰ গৃহ তালিকাভুক্তি আৰু গৃহ গণনা কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ বাবে দ্বিতীয়খন জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ বুধবাৰে সফলতাৰে সামৰণি পৰে।নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচী দুটা গোটত বিভক্ত কৰি অনুষ্ঠিত … Read more

চেকনী চাহ বাগিচাৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে দিছপুৰৰ তৎপৰতা

চেকনী চাহ বাগিচাৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে দিছপুৰৰ তৎপৰতা

ডিজিটেল সেৱা, নগাঁও: বিগত পোন্ধৰ দিনতকৈও অধিক সময় ধৰি নগাঁও জিলাৰ জখলাবন্ধাৰ চেকনী চাহ বাগিচাত চলি থকা অচলাৱস্থাৰ স্থায়ী সমাধান বিচাৰি আজি ৰাজ্য চৰকাৰৰ  শ্ৰম কল্যাণ আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দিছপুৰৰ সচিবালয় ভৱনৰ সভাকক্ষত অনুষ্ঠিত উক্ত বৈঠকত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সহকাৰী শ্ৰম … Read more

ডবকা পৌৰসভাৰ পদেন সদস্যৰ শপত বদৰুদ্দিন আজমলৰ

ডবকা পৌৰসভাৰ পদেন সদস্যৰ শপত  বদৰুদ্দিন আজমলৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ বিন্নাকান্দি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমলে মঙ্গলবাৰে ডবকা পৌৰসভাত উপস্থিত হৈ পদেন সদস‍্য হিচাপে শপতগ্ৰহণ কৰে৷ শপতবাক‍্য পাঠ কৰায় ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তই। আজমলে শপতগ্ৰহণ কৰি পৌৰসভাৰ অধ্যক্ষা মিনাৰা বেগম আৰু কাৰ্যাবাহী সদস‍্যক উন্নয়নমূলক আঁচনিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। লগতে চৰকাৰে পৌৰ এলেকাত ৰূপায়ন কৰা … Read more

হোজাইত কৰ ফাঁকি দিয়া ডাম্পাৰক নাকি লগাবলৈ প্ৰস্তুত বন বিভাগ

হোজাইত কৰ ফাঁকি দিয়া ডাম্পাৰক নাকি লগাবলৈ প্ৰস্তুত বন বিভাগ

◆জমিৰ উদ্দিন তালুকদাৰ◆ ৰাজ্যৰ বন বিভাগত চলি অহা দুৰ্নীতি আৰু কমিচনৰ অংক বন্ধ কৰিবলৈ নতুন চৰকাৰৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কিছুদিন পূৰ্বে বন বিভাগৰ শীৰ্ষ বিষযাসকলৰ লগতে ডিএফঅ’সকলক লৈ সভা পাতি কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। অবৈধ কাঠফলা মিলৰ পৰা আৰম্ভ কৰি বনজ সম্পদৰ অবৈধ সৰবৰাহ কোনো পধ‍্যেই সহ্য কৰা নহ’ব বুলি স্পষ্ট বাৰ্তা দিছিল ৰাজ্য … Read more