ডবকাৰ উদমাৰী পানী যোগান আঁচনিত ১০ কোটি ব্যয়ৰ পিছতো নোলায় পানী !
◆জমিৰ উদ্দিন তালুকদাৰ◆ ভাৰত চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি জলজীৱন আঁচনিৰ নামত কোটি কোটি টকা চৰকাৰে ব্যয় কৰাৰ পিছতো গঞা ৰাইজে এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ হোজাই জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত উদমাৰী পানী যোগান আঁচনিৰ নামত ২০০৯-১০ বিত্তীয় বৰ্ষত ৭ কোটি ৪৭ লাখ ১৫ হাজাৰ টকা মোকলাই দিছিল৷ একেটা আঁচনিৰ মেৰামতিৰ বাবদ একেটা বিত্তীয় … Read more