নগাঁও জিলা ভুমিলেখ্য কৰ্মচাৰী সন্মিলনৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক অভিনন্দন
ডিজিটেল সেৱা, নগাঁও : সদৌ অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ নগাঁও জিলা শাখাৰ উদ্যোগত আজি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এইবাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্তীৰ্ণ হোৱা নগাঁও সদৰ ,কলিয়াবৰ ,চামগুৰি ,কামপুৰ ,ধিং ,ৰূপহী, ৰহা ৰাজহ চক্ৰত কৰ্মৰত ভুমিলেখ্য কৰ্মচাৰীৰ সন্তান সকলক আজি অভিনন্দন জনোৱা হয়। সন্মিলনী নগাঁও শাখাৰ … Read more