হোজাইত চোৰং কাঠ ব‍্যৱসায়ী বদৰুলৰ সাম্ৰাজ‍্যত বন বিভাগৰ অভিযান

হোজাইত চোৰং কাঠ ব‍্যৱসায়ী বদৰুলৰ সাম্ৰাজ‍্যত বন বিভাগৰ  অভিযান

◆জমিৰউদ্দিন তালুকদাৰ◆ চোৰাং কাঠ ব্যৱসায়ী আৰু কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে৷ হোজাই জিলাৰ কুখ্যাত চোৰাং কাঠৰ ব‍্যৱসায়ী বদৰুল ইছলামৰ অবৈধ কাঠ ফলা মিল জব্দ কৰিছে বন বিভাগে। লগতে বুজন পৰিমাণৰ মূল্যবান চেগুন কাঠ সহ অন‍্যান‍্য কাঠো জব্দ কৰা হৈছে। উল্লেখ‍্য বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ সকীয়নিৰ পিছতে হোজাই জিলাত এটাৰ পিছত এটাকৈ চোৰাং … Read more

দেশৰ অৰ্থনীতিত সমবায় সমিতি সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে: কেশৱ মহন্ত

দেশৰ অৰ্থনীতিত সমবায় সমিতি সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে: কেশৱ মহন্ত

ডিজিটেল সেৱা,কলিয়াবৰ: কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি নগাঁও জিলাতো যোৱা ২৯ জুনৰ পৰা অহা ৬ জুলাই ২০২৬ লৈকে আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস সপ্তাহজোৰাকৈ উদযাপনৰ কৰা হৈছে। এই উপলক্ষে আজি সমবায় বিভাগ আৰু কলিয়াবৰ সম-জিলাৰ সমবায় সমিতি সমূহৰ সহযোগিতাত দ্বাৰবাগৰী সমবায় সমিতিৰ জখলাবন্ধাৰ বাঘজানত থকা শাখা কাৰ্যালয়ত এক বিশেষ কাৰ্যসূচী ৰূপায়িত … Read more

নগাঁও জিলাত লোক পিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি

নগাঁও জিলাত লোক পিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি

ডিজিটেল সেৱা: আগন্তুক লোকপিয়ল ২০২৭ ৰ সৈতে জড়িত হ’বলগীয়া কৰ্মচাৰী সকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। লোক পিয়লৰ গৃহ তালিকাভুক্তি আৰু গৃহ গণনা কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনা কৰাৰ লক্ষ্যৰে ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ বাবে দ্বিতীয়খন জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ বুধবাৰে সফলতাৰে সামৰণি পৰে।নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচী দুটা গোটত বিভক্ত কৰি অনুষ্ঠিত … Read more

চেকনী চাহ বাগিচাৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে দিছপুৰৰ তৎপৰতা

চেকনী চাহ বাগিচাৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে দিছপুৰৰ তৎপৰতা

ডিজিটেল সেৱা, নগাঁও: বিগত পোন্ধৰ দিনতকৈও অধিক সময় ধৰি নগাঁও জিলাৰ জখলাবন্ধাৰ চেকনী চাহ বাগিচাত চলি থকা অচলাৱস্থাৰ স্থায়ী সমাধান বিচাৰি আজি ৰাজ্য চৰকাৰৰ  শ্ৰম কল্যাণ আৰু চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দিছপুৰৰ সচিবালয় ভৱনৰ সভাকক্ষত অনুষ্ঠিত উক্ত বৈঠকত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, সহকাৰী শ্ৰম … Read more

ডবকা পৌৰসভাৰ পদেন সদস্যৰ শপত বদৰুদ্দিন আজমলৰ

ডবকা পৌৰসভাৰ পদেন সদস্যৰ শপত  বদৰুদ্দিন আজমলৰ

◆জমিৰ উদ্দিন তালুকদাৰ◆ বিন্নাকান্দি সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মৌলানা বদৰুদ্দিন আজমলে মঙ্গলবাৰে ডবকা পৌৰসভাত উপস্থিত হৈ পদেন সদস‍্য হিচাপে শপতগ্ৰহণ কৰে৷ শপতবাক‍্য পাঠ কৰায় ডবকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈতালী ৰাণী দত্তই। আজমলে শপতগ্ৰহণ কৰি পৌৰসভাৰ অধ্যক্ষা মিনাৰা বেগম আৰু কাৰ্যাবাহী সদস‍্যক উন্নয়নমূলক আঁচনিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। লগতে চৰকাৰে পৌৰ এলেকাত ৰূপায়ন কৰা … Read more

হোজাইত কৰ ফাঁকি দিয়া ডাম্পাৰক নাকি লগাবলৈ প্ৰস্তুত বন বিভাগ

হোজাইত কৰ ফাঁকি দিয়া ডাম্পাৰক নাকি লগাবলৈ প্ৰস্তুত বন বিভাগ

◆জমিৰ উদ্দিন তালুকদাৰ◆ ৰাজ্যৰ বন বিভাগত চলি অহা দুৰ্নীতি আৰু কমিচনৰ অংক বন্ধ কৰিবলৈ নতুন চৰকাৰৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কিছুদিন পূৰ্বে বন বিভাগৰ শীৰ্ষ বিষযাসকলৰ লগতে ডিএফঅ’সকলক লৈ সভা পাতি কঠোৰ নিৰ্দেশ জাৰি কৰিছিল। অবৈধ কাঠফলা মিলৰ পৰা আৰম্ভ কৰি বনজ সম্পদৰ অবৈধ সৰবৰাহ কোনো পধ‍্যেই সহ্য কৰা নহ’ব বুলি স্পষ্ট বাৰ্তা দিছিল ৰাজ্য … Read more

৪১ বছৰ শিক্ষকতা কৰা শিক্ষক আব্দুছ ছাত্তাৰৰ বিদায় সভা

৪১ বছৰ শিক্ষকতা কৰা শিক্ষক আব্দুছ ছাত্তাৰৰ বিদায় সভা

ডিজিটেল সেৱা: আজি উদমাৰি অঞ্চলত এক গম্ভীৰ আৰু মৰমময় পৰিৱেশত এজন বিশিষ্ট শিক্ষক আব্দুছ ছাত্তাৰ মহোদয়ৰ বিদায় সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয়। দীৰ্ঘ প্ৰায় ৪১ বছৰ ধৰি মধ্য উদমাৰি মোক্তাৱ স্কুলৰ শিক্ষা ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা এই গৰাকী শিক্ষকৰ অৱসৰ উপলক্ষে অঞ্চলবাসীয়ে গভীৰ শ্ৰদ্ধাৰে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।প্ৰাক্তন ছাত্ৰ তৈয়াবুৰ ৰহমানৰ সভপতিত্বত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্দ্ধনা … Read more

শংকৰদেৱৰ জন্মস্থানৰ আকৰ্ষণ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

শংকৰদেৱৰ জন্মস্থানৰ আকৰ্ষণ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ

ডিজিটেল সেৱা: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা সমগ্ৰ পথছোৱাক নান্দনিক ৰূপ দিয়াৰ বাবে এক নৱতম সেউজ পদক্ষেপ হিচাপে নগাঁও চহৰৰ পৰা ঐতিহাসিক বটদ্ৰৱা ধাম পৰ্যন্ত পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি এক সুন্দৰ, শীতল আৰু প্ৰকৃতি-অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথচোৱাৰ পৰিৱেশ সুৰক্ষাৰ লগতে … Read more

মন্ত্ৰী পীযুষ হাজৰীকাই কন্দলিত ৰুলে ভূই, কঠিয়াতলিত পথাৰ পৰিদৰ্শন

মন্ত্ৰী পীযুষ হাজৰীকাই  কন্দলিত ৰুলে ভূই, কঠিয়াতলিত পথাৰ পৰিদৰ্শন

ডিজিটেল সেৱা, কঠিয়াতলি: ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলা ভ্ৰমণ কৰি কৃষি বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পোন প্ৰথমতে তেওঁ নগাঁও জিলাৰ ননৈ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত কঠীয়াতলীত আয়োজিত এটি কৃষক পঞ্জীয়ন শিবিৰ পৰিদৰ্শন কৰি চলি থকা পঞ্জীয়ন সম্পৰ্কে বুজ লয়। উপস্থিত কৃষকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কৃষক পঞ্জীয়নৰ প্ৰয়োজন সম্পৰ্কে … Read more

নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি সুনীল কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিলীপ দত্ত চৌধুৰী, সমন্বয়ক অসীম কৃষ্ণ বৰুৱা আৰু জয়ন্ত হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত ভাষণ … Read more