শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূ্ৰ্গা আৰু মহিষাসুৰৰ পূজা

●সুনীল কুমাৰ শৰ্মা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ সৃষ্টিৰ লগতে দেৱীৰ মাহাত্ম্য, ৰূপ-লাৱণ্য, পূজা, ভোগ, প্ৰসাদ আদি সম্পৰ্কে কালিকাপুৰাণ, শ্ৰী শ্ৰী চণ্ডী, স্কন্ধপুৰাণ, ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বৃহৎনন্দিকেশ্বৰ পুৰাণ আদি গ্ৰন্থত বিস্তৃত বৰ্ণনা পোৱা যায় । উক্ত গ্ৰন্থত উল্লেখিত আখ্যান সমূহৰ মতে ৰম্ভা আৰু মহিষীৰ পুত্ৰ মহিষাসুৰে ব্ৰহ্মাক সন্তুষ্ট কৰি অমৰত্ব বৰ লভিবলৈ কঠোৰতকৈও কঠোৰ তপস্যাত ব্ৰতী হ’ল … Read more

মা দূৰ্গাৰ কৃপাত সমাজৰ দূৰ্গতি নাশ হওঁক

মা দূৰ্গাৰ কৃপাত সমাজৰ দূৰ্গতি নাশ হওঁক

●ৰাহুল দেৱ বৰদলৈ “য়া দেৱী সৰ্বভূতেষু আত্মাৰূপেন সংহিতা।নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নম:॥”যি দেৱী মহামায়াই সমস্ত ভূততে আত্মাৰূপে বিদ্যমান হয় তেওঁ হৈছে দশভূজা দুৰ্গা। বৃহদাৰণ্যক উপনিষদত পৰম ব্ৰহ্মই কৈছে – ‘একোহহং বহুস্যাম’। অৰ্থাৎ – ‘মই এক হৈ আছোঁ, এতিয়া বহু বিভক্ত হওঁ।’ পৰমব্ৰহ্মৰ ইচ্ছাশক্তিৰ পৰাই সৃষ্টি হয় আদ্যশক্তি দুৰ্গাৰ। আচলতে আদ্যশক্তি দুৰ্গা আৰু পৰমব্ৰহ্মৰ ইচ্ছাশক্তি একেই … Read more

বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

◆কুমাৰ বিভূতি আমাৰ শৈশৱৰ পৰা বৰ্তমানলৈকে সুৰৰ মায়াজালেৰে আন্দোলিত কৰি ৰখা এটা নাম জুবিন গাৰ্গ। এই মানুহজনে সমগ্ৰ পৃথিৱীখনকে সামৰি লৈছে নিজস্ব শিশুসুলভ মানসিকতাৰে আৰু সেই কৰ্মৰ ফলত যোৱা চাৰিনিশা অসমে বৰকৈ কান্দিছে। মানুহজনৰ চুলিৰ ষ্টাইল, কথা কোৱা ধৰণ, গীতৰ সুৰে ক’ব নোৱাৰাকৈয়ে মানুহবোৰৰ মনবোৰ বান্ধি পেলালে। ক’ৰবাত পঢ়া মনত পৰে যে মানুহৰ জীৱনটো বোলে … Read more

অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

◆মহিব উল্লাহ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা” ৰীল লাইফৰ দৰে বাস্তৱ জীৱনতো যেন মুক্ত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ । বহুতৰে দৰে মুখাৰ আঁৰত আন এখন মুখ লুকুৱাই ৰখা নাছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে । ইয়াৰ প্ৰমাণ তেওঁ দি থৈ গ’ল অন্তিম শয়নতো । বিশ্ববাসীয়ে দেখিলে। সোণাপুৰৰ কমাৰকুছি গাঁৱৰ … Read more

গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ

গজেন বৰুৱা-পুলিনা বৰুৱা ফুটবল: বিজয়ী মিছা চাহবাগিচা ফুটবল একাদশ

ডিজিটেল সেৱা: মিছা আঞ্চলিক মিলন সংঘৰ উদ্যোগত মিছা উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত চলি থকা গজেন্দ্ৰ নাথ বৰুৱা আৰু পুলিনা বৰুৱা দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল শনিবাৰে অনুষ্ঠিত হয়। চুড়ান্ত খেলত মিছা চাহবাগিচা ফুটবল একাদশ আৰু পানীগাঁও ফুটবল একাদশ দলে অংশগ্ৰহণ কৰে। আৰম্ভণিৰ পৰাই খেলখন উত্তেজনা পুৰ্ণ আছিল যদিও চুড়ান্ত খেলখনত চুড়ান্ত বিজয়ীৰ খিতাপ … Read more

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ‘লাইফ বিহাইণ্ড দ্যা লাইফ’

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ  প্ৰতিযোগিতাত ‘লাইফ বিহাইণ্ড দ্যা লাইফ’

ডিজিটেল সেৱা,গুৱাহাটী: বৃহস্পতিবাৰে মহানগৰীৰ হোটেল গ্ৰেণ্ড মেজেষ্টিত অনুষ্ঠিত এক সংবাদমেলত নতুন অসমীয়া চলচ্চিত্ৰ ‘লাইফ বিহাইণ্ড দ্যা লাইফ’ (জীৱনৰ আঁৰৰ জীৱন)ৰ পোষ্টাৰ মুকলি কৰা হয়৷ বহু অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিকৰ সম্পাদনা-পৰিচালনাৰ লগতে বহুকেইখন চুটিছবি আৰু মিউজিক ভিডিঅ’ পৰিচালনাৰে পুষ্ট অনুপম কে বৰদলৈয়ে প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্যৰ চলচ্চিত্ৰ পৰিচালনা কৰা তেওঁৰ ছবি ‘লাইফ বিহাইণ্ড দ্যা লাইফ’এ ইতিমধ্যে ‘‘মোক্ষ’ আন্তঃৰাষ্ট্ৰীয় … Read more

৭ উইকেটত পৰাস্ত পাকিস্তান: ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান

৭ উইকেটত পৰাস্ত পাকিস্তান: ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান

ডিজিটেল সেৱা:এছিয়া কাপত ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান । ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে ১৬ নং অভাৰত ৩টা উইকেট হেৰুৱাই ১২৮ ৰাণৰ লক্ষ্যত উপনীত হয় । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টছত জয়লাভ কৰি পাকিস্তানে বেটিং কৰিবলৈ বাছি লৈ ৯ টা উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে । এই গ্ৰুপ-এ মেচখনত ভাৰতীয় বলাৰসকলে … Read more

অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগঃ তামোল-পাণ

অসমীয়াৰ কৃষ্টি-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগঃ তামোল-পাণ

◆চিন্ময় অনুৰাগ নাথ তামোল-পাণৰ ঐতিহাসিক পৰ্যায়: আতিথেয়তা আৰু সামাজিক আচাৰ: ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰত তামোল-পাণৰ প্ৰয়োগ: স্বাস্থ্যৰ ক্ষেত্ৰত তামোল-পাণ: তামোল-পাণৰ নানা ধৰণৰ প্ৰাকৃতিক গুণ আছে। পাণৰ পাতত ভিটামিন এ, ভিটামিন বি-কমপ্লেক্স, ভিটামিন চি, কেলচিয়াম, আয়ৰন, আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে স্বাস্থ্যৰ বাবে উপকাৰী। তামোলত অলপ পৰিমাণে এল্কেলয়ড থাকিলেও, ই পাচন-প্ৰক্ৰিয়া সহায় কৰে আৰু জঠৰ ৰোগৰ উপশম … Read more

বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে

বিশ্বকাপৰ পূৰ্বে অৱসৰ ল’লে তাৰকা বলাৰ ষ্টাৰ্কে

ডিজিটেল সেৱা:অষ্ট্ৰেলিয়াৰ তাৰকা খেলুৱৈ, বেগী বলাৰ মিচেল ষ্টাৰ্কৰ ডাঙৰ ঘোষণা। অৱসৰৰ কথা ঘোষণা কৰিলে ক্ৰিকেট তাৰকাগৰাকীয়ে। এই খবৰ শুনি তেওঁৰ অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে।মিচেল ষ্টাৰ্কে কয় যে তেওঁ টি-২০ ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁৰ লক্ষ্য এতিয়া দেশৰ ব্যস্ত টেষ্ট সূচীত নিজকে আত্মনিয়োগ কৰি ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে নিজকে ফিট কৰি ৰখা।৩৫ বছৰীয়া … Read more

অমানৱীয় উচ্ছেদ, ধুমকুৰা গাঁও আৰু গাওঁবুঢ়া দণ্ডিৰাম শইকীয়া

অমানৱীয় উচ্ছেদ, ধুমকুৰা গাঁও আৰু গাওঁবুঢ়া দণ্ডিৰাম শইকীয়া

●ৰেজাউল কৰিম ২০০৫ চনৰ ডিচেম্বৰ মাহত লাহৰিঘাটৰ ওচৰৰ চুতীয়া গাঁও, পামবৰী, ধেকেৰামাৰী, শিয়ালমাৰী কছাৰী গাঁও, ধুমকুৰা, চেনীমাৰী, এক নং টেঙাগুৰি আদি কৰি কেইবাখনো চৰ ভ্ৰমণ কৰিছিলো। ১৯৮০ চনৰ আগত এই আটাইকেইখন গাঁও আছিল, চৰ নাছিল। অঞ্চলটোৰ ভিতৰত ধুমকুৰা এখন বেপাৰ বাণিজ্যৰ বাবে প্ৰসিদ্ধ গাঁও আছিল। ইয়াত এখন ডাঙৰ বজাৰ আছিল। এইখন বজাৰৰ পৰা মৰাপাট জাহাজেৰে … Read more