জুবিন গাৰ্গ বিহীন প্ৰথমটো মাঘৰ বিহু

জুবিন গাৰ্গ বিহীন প্ৰথমটো মাঘৰ বিহু

◆মাধুৰ্য ডেকা◆ “উৰুঙা উৰুঙা আজি মাঘৰে বিহুসেমেকা সেমেকা আজি ৰঙালী বিহু “(জুবিন দা) ভোগালীৰ ভোগ আৰু উৰুঙা আজি কেৱল সমগ্র অসম । সঁচাই জুবিন গাৰ্গ বিহীন বিহু অৰ্থহীন। অসমত বিহু মানেই জুবিন দা। কাৰণ তেওঁৰে কথাসুৰ-গীতৰ মাজেৰে অসমীয়া সমাজত বিহুৱে এক সুকীয়া পৰিচয় পাইছে। আজিও জুবিন দাৰ গানেৰে ভোগালীক আদৰিছোঁ। তেওঁৰ কণ্ঠতেই যেন তেঁওক আমাৰ … Read more

টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী সিমু দাসৰ গৃহত আয়ুক্ত দেৱাশীষ শর্মা

টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী সিমু দাসৰ গৃহত আয়ুক্ত দেৱাশীষ শর্মা

ডিজিটেল সেৱা: ২০২৫ বৰ্ষৰ শ্ৰীলংকাত অনুষ্ঠিত মহিলা দৃষ্টিহীন টি-২০ বিশ্বকাপ ক্ৰিকেটৰ বিজয়ী ভাৰতীয় দলৰ সদস্যা নগাঁও জিলাৰ কঠীয়াতলী কছাৰীবস্তি স্থিত সিমু দাসৰ বাসসগৃহত ০৯ ডিচেম্বৰ তাৰিখে, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উপস্থিত হৈ খেলুৱৈ গৰাকীৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হয়। আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, ভিন্ন প্ৰত্যাহ্বান আৰু শাৰীৰিক বাধাকো নেওচি ক্ৰীড়াৰ জগতত নিজৰ অদম্য … Read more

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় বাঁহীবাদক দীপক শৰ্মাৰ

ডিজিটেল সেৱা: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাক । সোমবাৰে পুৱা ৬ বাজি ১৫ মিনিটত চেন্নাইৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাত ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বাঁহীবাদক শৰ্মাই । যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ আছিল বিশিষ্ট বাঁহীবাদকগৰাকী ।মঙলবাৰে পুৱাই চেন্নাইৰ পৰা অসমলৈ অনা হয় শিল্পীগৰাকীৰ নশ্বৰ দেহ । বৰঝাৰৰ পৰা পোনে পোনে … Read more

জুবিন গাৰ্গৰ ন্যায় ৰাজনৈতিক যুদ্ধ নহয়

জুবিন গাৰ্গৰ ন্যায় ৰাজনৈতিক যুদ্ধ নহয়

◆ৰমেন বৃৰদুগ◆ জুবিন দাৰ গীত মাত কথা কবিতা সুৰ সাংস্কৃতিক সৃষ্টিৰাজিৰ বিষয়ে গৱেষণা, তাত্বিক বিশ্লেষণ আৰু যুগ যুগ ধৰি সংৰক্ষণ অথবা সংবৰ্ধন কৰি অসমখন জুবিনময় কৰি ৰখাৰ লগতে তেখেতৰ সাহস তথা আদৰ্শ অসমৰ লগতে বিশ্বৰ নতুন প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ প্ৰাসংগিকতা আছে ৷ সেইবোৰ বিষয় পিছত আলোচনা কৰা হ’ব ৷ বৰ্তমান জুবিন দাক ন্যায় দিয়াৰ … Read more

মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও

মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও

◆মিলন নেওগ◆ অকপতে স্বীকাৰ কৰোঁ ,মই জুবিন গাৰ্গৰ অনুৰাগী নাছিলোঁ কাহানিও । কাৰণ, আমাৰ দৰে মধ্যবিত্তৰ ৰুচি আৰু প্ৰমূল্যবোধৰ মাজত ডাঙৰ হোৱা/গ্ৰাম্য সংস্কাৰৰ মাজত শৈশৱ পাৰ কৰা ল’ৰাবোৰৰ বাবে ভাষা আৰু সামাজিক আচৰণৰ একোডাল লেকাম আছিল৷ আমাৰ মন মগজুত সেই লেকামডালৰ পুতন বৰ গভীৰ৷ কিছুদিন আগতে মোৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু দিগন্ত গোহাঞি ছাৰৰ লগত Generation gap … Read more

অবিনশ্বৰৰ মনোৰম নাট্যসন্ধিয়াটোৰ কথা

অবিনশ্বৰৰ মনোৰম নাট্যসন্ধিয়াটোৰ কথা

◆জ্যোতিপ্ৰসাদ বৰা◆ নগাঁৱৰ অবিনশ্বৰ গোষ্ঠী । ১৯৯০ ৰ ১০ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা নাট্যচৰ্চাৰ এক অন্যতম প্ৰতিষ্ঠান । যিটো সু-সংগঠিত প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি/সম্পাদক আছিল মুকুতা বৰা আৰু দীপক বৰা । এই অগ্ৰণী অনুষ্ঠানটিয়ে বহু মননশীল নাট নগঞা ৰাইজক উপহাৰ দি আহিছে । শেহতীয়াকৈ আহিনৰ শেষান্তত আন এখন কাব্যিক নাট কলংপৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰিলে তেওঁলোকে । … Read more

ৰোহিত শৰ্মাৰ শতক: অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত ভাৰতৰ

ৰোহিত শৰ্মাৰ শতক: অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত ভাৰতৰ

ডিজিটেল সেৱা: ৰোহিত শৰ্মাৰ শতক আৰু বিৰাট কোহলীৰ অভিলেখ বাবেই তৃতীয়খন এদিনীয়া খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে । এই পৰাজয়ৰ পিছতো অষ্ট্ৰেলিয়াই তিনিখন মেচৰ শৃংখলাটো ২-১ত জয়লাভ কৰে । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ৪৬.৪ অভাৰত ২৩৬ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । হৰ্ষিত ৰাণাই ৪টা উইকেট দখল কৰে । ইয়াৰ বিপৰীতে … Read more

আমেৰিকাৰ ভিছা নীতি: প্ৰতিভাৰ দলং খনত বাধা

আমেৰিকাৰ ভিছা নীতি: প্ৰতিভাৰ দলং খনত বাধা

◆ড° শৰৎ বৰকটকী ভিছা শব্দটো লেটিন ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “চকুৰে চাই পৰীক্ষা কৰা বস্তু” । অৰ্থাৎ কোনো নথিপত্ৰ চোৱা বা পৰীক্ষা কৰা বুলি বুজায়। ভিছা মূলতঃ হৈছে বিদেশলৈ যাব বিচৰা দেশ খনৰ আইনী অনুমতি বা চৰকাৰী অনুমোদন। যাৰ দ্বাৰা বিদেশী নাগৰিকক কোনো এখন দেশত নিৰ্দিষ্ট উদ্দেশ্য আৰু সময়ৰ বাবে প্ৰৱেশ বা ভ্ৰমণ … Read more

জুবিন গাৰ্গঃ মানুহ বন্দনাৰ সমাজ হৈ থাকক

জুবিন গাৰ্গঃ মানুহ বন্দনাৰ সমাজ হৈ থাকক

●ডo নন্দ সিং বৰকলা জুবিন গাৰ্গ, অসমীয়া মহাজাতিক এক অন্যতম সংস্কৃত মাত। শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা, বিষ্ণু প্রসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰণেৰে বিশ্ব মানৱ চেতনাক প্রবল ব্রহ্মপুত্রক জলধাৰাৰে সাংস্কৃতিক মৰ্যদা আছিল জুবিন। য’ত শেষ হয় সাম্প্রদায়িকতাৰ উৎকট দুর্গন্ধময় বাটৰ বিৰক্তিকৰ খোজবোৰ, আৰম্ভ হয় মানৱ সভ্যতাৰ জীৱনবোধৰ সমদল। জুবিন সাগৰৰ নীলাপানীৰ বিহৰ বুকুত মানুহৰ চকুৰ আকাশৰ … Read more

দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ:এটি অৱলোকন

দুৰ্গোৎসৱৰ উৎপত্তি আৰু বিকাশ:এটি অৱলোকন

●নাছিৰ আহমেদ অতি প্ৰাচীন কালৰে পৰা পৃথিৱীৰ সকলো প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভাবে নাৰী দেৱীৰ পূজা উপাসনা চলি আহিছে। নাৰী মূৰ্ত্তিৰ ভিতৰত অষ্ট্ৰিয়াৰ উইলেনডৰ্ফৰ এটি মন্দিৰৰ ভগ্নস্তুপৰ খনন কাৰ্যৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় বিছ হেজাৰ বছৰ পুৰণি চুনশিলেৰে নিৰ্মিত এক প্ৰকাণ্ড স্ফীতোদৰা নাৰী মূৰ্ত্তি।এই নাৰী মূৰ্ত্তিকেই ভেনাছ বা মহামাই বুলি গণ্য কৰা হয়। আমাৰ দেশতো … Read more