কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

অদিতি ডেস্ক: শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পে স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ সন্মুখীন হ’ব লাগিব আলাস্কা শীৰ্ষ সন্মিলনৰ পাছত হঠাতে সলনি হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি। শীৰ্ষ সন্মিলনৰ পূৰ্বে তেওঁ স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ … Read more

ভাৰতে নিৰ্মাণ কৰিব শক্তিশালী হাইড্ৰ’ জেনচালিত ৰে’ল

ভাৰতে নিৰ্মাণ কৰিব শক্তিশালী হাইড্ৰ’ জেনচালিত ৰে’ল

আদিতি ডেস্ক: শীঘ্ৰে ভাৰতে মুকলি কৰিব হাইড্ৰ‘জেনচালিত ট্ৰেইন। ৰে’লৱে মন্ত্ৰী অশ্ৱিনী বৈষ্ণৱে অলপতে ‘X’যোগে এইকথা প্ৰকাশ কৰে। চেন্নাইৰ Integral Coach Factoryত হাইড্ৰ‘জেনচালিত ট্ৰেইনখন পৰীক্ষামূলকভাৱে চলাই থকা হৈছে।এই বৃহৎ প্ৰকল্পটোৰ বাবে দেশৰ ৰে’লৱে মন্ত্ৰণালয়ে ২০২৩-২৪ বৰ্ষত আৱণ্টন কৰিছে ২৮০০ কোটি টকা। দেশৰ ৰে’ল মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে, ৰে’ল নিৰ্মাণৰ বাবে লগা যাৱতীয় … Read more

এইবাৰ ভাৰততে লেপটপ প্ৰস্তুত কৰিব ‘চেমচাঙে’

এইবাৰ ভাৰততে লেপটপ প্ৰস্তুত কৰিব ‘চেমচাঙে’

অদিতি ডেস্ক: এতিয়াৰে পৰা ভাৰততে লেপটপ প্ৰস্তুত কৰিব বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান চেমচাঙে। ইতিমধ্যে এই কাম আৰম্ভ হৈছে নয়দাত। ইতিমধ্যে ছেমছাঙে ভাৰতত লেপটপ নিৰ্মাণ আৰম্ভ কৰিছে, গ্ৰেটাৰ নয়ডাৰ নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিছে কোম্পানীটোৱে।দক্ষিণ কোৰিয়াৰ ইলেক্ট্ৰনিক্স মেজৰ কোম্পানীটোৱে ইতিমধ্যে গ্ৰেটাৰ নয়ডা প্লাণ্টত ফিচাৰ ফোন, স্মাৰ্টফোন, ৱেয়াৰেবল, আৰু টেবলেট নিৰ্মাণ কৰিছে। এতিয়া সেই তালিকাত লেপটপ সংযোজন কৰা … Read more

কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু ভাৰত

কমনৱেলথ গেমছ ২০৩০ আয়োজন কৰিবলৈ সাজু ভাৰত

অদিতি সেৱা:২০৩০ চনৰ কমনৱেলথ গেমছক আয়োজন কৰাৰ বাবে ভাৰতৰ আহ্বানক অনুমোদন জনাইছে। ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে ১৩ আগষ্টত এখন বিশেষ সাধাৰণ সভাত অনুষ্ঠিত হয়। এই আহ্বান ৩১ আগষ্টৰ সময়সীমাৰ আগতেই হৈছিল, কিয়নো নিবিদাৰ নথি দাখিলৰ শেষ তাৰিখ আছিল ৩১ আগষ্ট ।কমনৱেলথ গেমছ আয়োজনৰ ভাৰতৰ ক্ৰমবৰ্ধমান উচ্চাকাংক্ষাক আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট আয়োজনৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে দেখা গৈছে ৷ … Read more

ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে ড’নাল্ড ট্ৰাম্পে

ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে ড’নাল্ড ট্ৰাম্পে

অদিতি সেৱা:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে । ট্ৰাম্পে কয় যে যদিহে ৰাছিয়াই ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ইয়াৰ ‘অতি ভয়াৱহ পৰিণতি’ হ’ব ।বুধবাৰে কেনেডি চেণ্টাৰত এগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি ট্ৰাম্পে কয়, “হয় । ইয়াৰ পৰিণতি ভোগ কৰিব লাগিব … Read more

ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষত

ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষত

অদিতি সেৱা:ভাৰতে আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে। দেশত ইলেক্ট্ৰনিকছ উৎপাদনৰ মুঠ মূল্য ১২ লাখ কোটি টকা স্পৰ্শ কৰিছে। শেহতীয়া তথ্য অনুসৰি, বিগত ১১ বছৰত ইলেক্ট্ৰনিক উৎপাদন ছয়গুণ বৃদ্ধি পোৱাৰ লগতে ইলেক্ট্ৰনিক ৰপ্তানি আঠগুণ বৃদ্ধি পাই ৩ লাখ কোটি টকালৈ উপনীত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে সদৰি কৰিছে এই তথ্য। বেংগালুৰুত … Read more

১৩৪ সংখ্যক ডুৰাণ্ড কাপ কোৱাৰ্টাৰত বড়োলেণ্ড এফ চি

১৩৪ সংখ্যক ডুৰাণ্ড কাপ কোৱাৰ্টাৰত বড়োলেণ্ড এফ চি

অদিতি সেৱা: ৰাজ্যৰ প্ৰথমটো ক্লাৱ হিচাপে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে বড়োলেণ্ড এফ চিয়ে ৷অসমৰ ফুটবল ইতিহাসত গৌৰৱৰ নতুন অধ্যায় সন্নিবিষ্ট কৰি বড়োলেণ্ড এফ চিয়ে । ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ মঙলবাৰে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ অন্তিমখন মেচত বড়োলেণ্ড এফ চিয়ে … Read more

ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

ডিচেম্বৰত ভাৰতলৈ আহিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি

অদিতি সেৱা:১৪ বছৰৰ মূৰত ভাৰতৰ মাটিত ভৰি দিব তাৰকা ফুটবলাৰ লিঅ’নেল মেছি । ২০২৫ চনৰ ১৩ৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত ভাৰতত উপস্থিত হ’ব ফুটবলাৰগৰাকী ।লক্ষণীয়ভাৱে ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেট তাৰকাৰ সৈতেও তেওঁক খেলপথাৰত দেখা যাব । দক্ষিণ মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত তেওঁলোকৰ সৈতে মেছিক এক্সন মুডত দেখা যাব ।মুম্বাই ক্ৰিকেট … Read more

এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ

এছিয়া কাপ ২০২৫ৰ স্থান ঘোষণা: ডুবাইত হ’ব ভাৰত-পাকিস্তানৰ মেচ

অদিতি সেৱা: ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপ অনুষ্ঠিত হ’ব ৷ শনিবাৰে এই কথা ঘোষণা কৰে এ চি চিয়ে ৷ এছিয়া কাপ ২০২৫ত ভাৰত বনাম পাকিস্তানৰ দুখন গুৰুত্বপূৰ্ণ মেচ ডুবাইত অনুষ্ঠিত হ’ব।২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ফাইনেলকে ধৰি ডুবাইত ১১খন খেল অনুষ্ঠিত হ’ব, আনহাতে আবুধাবিত ৮খন খেল অনুষ্ঠিত হ’ব ৷১৪ ছেপ্টেম্বৰত ডুবাইত আৰু পুনৰবাৰ … Read more

টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ আয়ুশ্ৰী আৰু অনুৰাগ

টাইকোৱাণ্ডো প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ আয়ুশ্ৰী আৰু অনুৰাগ

অদিতি সেৱা: বিগত কেইবা বছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান খেলুৱৈসকলে। ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজলাবলৈ সক্ষম হৈছে । অসমক ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে এখন‌ৰ পাছত আন‌‌ এখন‌ আগশাৰীৰ প্ৰতিযোগিতা ।‌ তেনে এক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছে ডিব্ৰুগড়ৰ … Read more