জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসক ড° আবু হাণিফা স্মাৰক সাংবাদিক বঁটা প্ৰদান
ডিজিটেল সেৱা, নগাঁও: আজি নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক,লেখক হেমেন কুমাৰ দাসক ড°আবু হাণিফা স্মাৰক সাংবাদিক বঁটা ‘২০২৫ প্ৰদান কৰা হয়। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে হয়বৰগাঁও প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত বিশেষ অনুষ্ঠানত সাংবাদিক গৰাকীক এই বঁটা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ ড° ৰৌজলীনা জাহানে। এই বঁটাত আছে গামোচা, … Read more