জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীৰ

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালক সাক্ষাৎ ৰাহুল গান্ধীৰ

ডিজিটেল সেৱা: লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকৰ আগত কয়, “মই পৰিয়ালবৰ্গক জনাওঁ যে মই ভাল সময়ত, সুখৰ কালত আহিব পৰা হ’লে ভাল পালোঁহেঁতেন ।””যেতিয়া মই ১৭ বছৰৰ আছিলোঁ, মই ছিকিমলৈ এবাৰ পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণৰ বাবে যাওঁতে আমাৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিছিলোঁ । মই … Read more

নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত সাংবাদিক শিৱ প্ৰসাদ বৰা সোঁৱৰণী বঁটা প্ৰদান

নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত সাংবাদিক শিৱ প্ৰসাদ বৰা সোঁৱৰণী বঁটা প্ৰদান

অদিতি সেৱা, নগাঁও: মানৱ সভ্যতা জীয়াই থকালৈকে মানুহে কিতাপ পঢ়িব। সেয়ে ছপা মাধ্যমৰ গুৰুত্ব আজিও আছে। ছপা মাধ্যমে মানুহৰ মনোযোগ বৃদ্ধি কৰে , স্মৃতি শক্তি বৃদ্ধি কৰে আৰু আত্মবিশ্বাস গঢ়ি তোলে। এই মন্তব্য নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: হিতেশ ডেকাৰ। নগাঁও প্ৰিণ্ট মিডিয়া এছ’চিয়েশ্বনৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাৱৰ সভাগৃহত প্ৰয়াত সাংবাদিক শিৱপ্ৰসাদ বৰাৰ সোঁৱৰণত অনুষ্ঠিত কৰা … Read more

জ্যোতি প্ৰসাদ ৰাজখোৱাৰ ৰচিত “বাৰ মাহ” নামৰ কবিতাৰ উন্মোচন

জ্যোতি প্ৰসাদ ৰাজখোৱাৰ ৰচিত “বাৰ মাহ” নামৰ কবিতাৰ উন্মোচন

অদিতি সেৱা, নগাঁও: সোমবাৰে জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত কদমনী টাউন হাইস্কুলত অনুষ্ঠিত হোৱা টি এ আৰ এল প্ৰশিক্ষণত শিশুসকলক বাৰ মাহৰ জ্ঞান অতি সহজে প্ৰদান কৰাৰ মহৎ উদ্দেশ্যেৰে নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত পতিয়া পথাৰ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ: শিক্ষক তথা জিলাৰ শ্ৰেষ্ঠ যুৱ বঁটা প্ৰাপ্ত জ্যোতি প্ৰসাদ ৰাজখোৱাৰ অন্য এটি কবিতা “বাৰ মাহ” জিলা … Read more